সোণাৰি: সোনাৰিৰ পুৰণি টাউকাকত মৃত গো মাংস কাটি থকা অৱস্থাত এজনক আটক
সোণাৰিৰ পুৰণি তাউকাত চৰাইদেউ জিলাৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি টাউকাকত দেওবাৰে পাঁচ বজাত এটা মৃত গৰু তিনি জন লোকে কাটি থকা বিষয়ে স্থানীয় ৰাইজে গাওঁৰক্ষী বাহিনীক অবগত কৰাত গাওঁৰক্ষী বাহিনীয়ে আৰক্ষীৰ খৱৰ দিয়াত আৰক্ষীয়ে গো মাংস সহ এজন যুৱকক আটক কৰে।। ধৃত যুৱক জনৰ নাম তপাৰো ওৰাং ।