Public App Logo
Jansamasya
News
Bjp
National
Police
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Jharkhand
Iyc
Bollywood
दिल्ली
Patna
Breakingnews
महिला
Narendramodi
Madhya_pradesh
सोशल_मीडिया
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi

নলবাৰী: চান্দকুছি বৰ আজাৰাত আন্তঃজিলা কাবাডী প্ৰতিযোগিতা,উপস্থিত সাংসদ ভূৱনেশ্বৰ কলিতা

Nalbari, Nalbari | Nov 2, 2025
নলবাৰীৰ বৰআজাৰা চান্দকুছি সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ১৬ বছৰ অনুৰ্ধৰ চাব জুনিয়ৰ কাবাডী প্ৰতিযোগিতা।উল্লেখ্য যে প্ৰতিযোগিতাত ত্ৰিশটা দলে লৈছে অংশ।নিশা প্ৰতিযোগিতাত উপস্থিত হয় সাংসদ ভূৱনেশ্বৰ কলিতা

MORE NEWS

🛑হত্যাকাণ্ডৰ বলি হোৱা নলবাৰীৰ আছুনেতা মাধুৰ্য্য বৰ্মনৰ বাসগৃহত  অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ
🛑নলবাৰী চামতাস্থিত মাধুৰ্য্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ মাধুৰ্য্যৰ পিতৃ-মাতৃক শান্তনা প্ৰাক্তন আছু  নেতাগৰাকীৰ৷
🛑এই ঘটনাৰ উচিত তদন্ত কৰাৰ আহ্বান অসম আৰক্ষীক
🛑ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান লুৰিণজ্যোতিৰ
#Ajp
#lurinjyotigogoi 
#madhurjyabarman 
#axombroadcast24

🛑হত্যাকাণ্ডৰ বলি হোৱা নলবাৰীৰ আছুনেতা মাধুৰ্য্য বৰ্মনৰ বাসগৃহত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ 🛑নলবাৰী চামতাস্থিত মাধুৰ্য্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ মাধুৰ্য্যৰ পিতৃ-মাতৃক শান্তনা প্ৰাক্তন আছু নেতাগৰাকীৰ৷ 🛑এই ঘটনাৰ উচিত তদন্ত কৰাৰ আহ্বান অসম আৰক্ষীক 🛑ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান লুৰিণজ্যোতিৰ #Ajp #lurinjyotigogoi #madhurjyabarman #axombroadcast24

Nalbari, Nalbari | Jun 8, 2026

🛑"আমাৰ উন্নয়ন হৈছে হ'ব।আৰু উন্নয়ন হ'ব লাগিব"
🛑হত্যাকাণ্ডৰ বলি হোৱা ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনাই  অজাপ সভাপতি লুৰিণজ্যোতি গগৈয়ে  এই মন্তব্য কৰে।
#lurinjyotigogoi 
#AssamGovernment 
#development 
#axombroadcast24

🛑"আমাৰ উন্নয়ন হৈছে হ'ব।আৰু উন্নয়ন হ'ব লাগিব" 🛑হত্যাকাণ্ডৰ বলি হোৱা ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনাই অজাপ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই মন্তব্য কৰে। #lurinjyotigogoi #AssamGovernment #development #axombroadcast24

Nalbari, Nalbari | Jun 8, 2026

🛑অভিনেতা, নাট্যকৰ্মী, প্ৰতিভাবান কবি নাৰায়ণ বৈশ্য ৰ জটিল আৰু ব্যয়বহুল ৰোগৰ চিকিৎসাৰ সাহায্যাৰ্থে নলবাৰী নাট্য মন্দিৰত আয়োজন কৰা হ'ল বিশেষ নাট্য সন্ধিয়া। 
🛑নলবাৰী নাট্য মন্দিৰত মঞ্চস্থ কৰা হয় তিনিখন নাট 
🛑নাট্য পীঠ নলবাৰীৰ "খিৰিকী ৰঙ্গতীৰ্থ নলবাৰীৰ "জীৱন " আৰু প্ৰজন্ম নলবাৰীৰ "বাঘ" ।
#drama 
#Nalbaridrama
#nalbari 
#axombroadcast24

🛑অভিনেতা, নাট্যকৰ্মী, প্ৰতিভাবান কবি নাৰায়ণ বৈশ্য ৰ জটিল আৰু ব্যয়বহুল ৰোগৰ চিকিৎসাৰ সাহায্যাৰ্থে নলবাৰী নাট্য মন্দিৰত আয়োজন কৰা হ'ল বিশেষ নাট্য সন্ধিয়া। 🛑নলবাৰী নাট্য মন্দিৰত মঞ্চস্থ কৰা হয় তিনিখন নাট 🛑নাট্য পীঠ নলবাৰীৰ "খিৰিকী ৰঙ্গতীৰ্থ নলবাৰীৰ "জীৱন " আৰু প্ৰজন্ম নলবাৰীৰ "বাঘ" । #drama #Nalbaridrama #nalbari #axombroadcast24

Nalbari, Nalbari | Jun 6, 2026