♦নলবাৰীৰ 'লগুণ' বিতৰ্কৰ অৱসান !
♦NEET পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থী প্ৰাচুৰ্য ভৰদ্বাজক ব্ৰাহ্মণ সমাজৰ ধৰ্মীয় প্ৰতীক 'লগুণ' খুলিবলৈ বাধ্য কৰোৱা দুই আৰক্ষীয়ে খুজিলে ক্ষমা
♦বিল্বেশ্বৰ দেৱালয়ত উপ আৰক্ষী বিষয়া কুসুম বসুমতাৰী আৰু কনিষ্টবল পৱন কলিতাই কৰিলে আত্মশুদ্ধি
#nalbarilaguncontroversy
#policeofficerbegpardon
#billweswar
#temple
#neetexam
#axombroadcast24
Nalbari, Nalbari | Jun 23, 2026