♦বৰভাগৰ কালাগ ডাকঘৰৰ কাম-কাজ পুনৰ কালাগৰ পৰা আৰম্ভ কৰাৰ দাবীত সৰৱ স্থানীয় ৰাইজ
♦ৰাইজৰ দাবী অক্ষুন্ন ৰাখিব লাগিব ডাকঘৰটোৰ পূৰ্বৰ মৰ্য্যাদা
♦ডাক বিভাগৰ নলবাৰী-বৰপেটা সংমণ্ডলৰ অধীক্ষকক দাবী সন্দৰ্ভত সাক্ষাৎ কৰিব আহি সৰৱ হৈ উঠিল দীৰ্ঘদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ অহা সচেতন ৰাইজ
♦উল্লেখ্য যে বিগত এঘাৰ জানুৱাৰীৰ নিশা সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত জাহ গৈছিল শতিকা পূৰণি ডাকঘৰটো
♦সম্প্ৰতি ডাকঘৰটোৰ কাম-কাজ কমাৰকুছি ডাকঘৰৰ পৰা চলি আছে
#nalbari
#postoffice
#kalag
#restarting
#demandbypeople
#axombroadcast24
Nalbari, Nalbari | Jun 23, 2026