সমাগত ৰাস মহোৎসৱ। তাৰ পূৰ্বে কণমানিসকলৰ এনে আখৰা দেখি গৰ্বিত প্ৰতি গৰাকী অসমীয়া।আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যক আমাৰ নতুন প্ৰজন্মই এনেকৈ প্ৰাণভৰি আঁকোৱালি লোৱা দেখি আমি নিশ্চিত-- আমাৰ সংস্কৃতিৰ ভৱিষ্যৎ নৱ প্ৰজন্মৰ হাতত সুৰক্ষিত৷ #viralpost #AssamNews #nagaondistrict #Guwahati #morigaon #tazpur #darong #batadravalivetv