🔴 দিহিং নদীৰ বুকুত বালি মাফিয়াৰ অবাধ উপদ্ৰৱ! 📌 বালি খননে ভাবুকি কঢ়িয়াই আনিছে দিহিং নদীৰ অস্তিত্বলৈ। 📌 নদীৰ বুকুত থকা অলপমান মাটি-ভেটিও বালি মাফিয়াই খনন কৰি তহিলং কৰাৰ অভিযোগ। 📌 বালি মাফিয়াৰ এনে কাৰ্যকলাপৰ ফলত চিন্তিত হৈ পৰিছে দিহিংবাসী। 📌 প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমগ্ৰ ঘটনা ভিডিঅ'যোগে পোহৰলৈ আনিছে স্থানীয় লোকে। দিহিং নদী আমাৰ সম্পদ। নদীখনৰ বুকু এনেদৰে উদং কৰি দিয়াৰ অধিকাৰ কাৰো নাই। বিষয়টো সংশ্লিষ্ট বিভাগ আৰু প্ৰশাসনে গুৰুত্বসহকাৰে বিবেচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক। 🙏 কথাখিনি অৱগত কৰাৰ বাবে বেয়া নাপাব। পাৰিলে ভিডিঅ'টো অধিকাংশ লোকৰ মাজত শ্বেয়াৰ কৰক। #DihingRiver #SandMining #SandMafia #AssamNews #SaveRiver #Nagaon