টেঙাখাটৰ Oil India ltd ITF ৰ ভিতৰত ভয়ংকৰ অগ্নিকাণ্ডত গুৰুত্বৰ ভাৱে আহত লোকসকল ক্ৰমে,
চৈলেন গগৈ(৪৫)টেঙাখাত,তাপচ গগৈ(৪০)ডিব্ৰুগড়ৰ মিলন নগৰ, কুমুদ গগৈ(৩৮) টেঙাখাটত, গোলাপ দত্ত(৫৮) টেঙাখাট, ইন্দ্ৰ গগৈ(৪০) টেঙাখাত আৰু ঘটনাত চিটিকি পৰা ৰাজু দত্ত নামৰ এজনৰ সন্ধান নোপোৱাৰ খবৰ।
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি।