বঙাইগাঁও জিলাৰ দেৱানগাঁৱত অনুষ্ঠিত হ’ব তিনিদিনীয়া ৰাস মহোৎসৱ
Bijni, Chirang | Nov 23, 2026
বঙাইগাঁও জিলাৰ দেৱানগাঁৱত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলৈ গৈ আছে ৰাস মহোৎসৱ। ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে ভৰপূৰ এই মহোৎসৱক লৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।