‘গুৱাহাটীখন ইমানেই ধুনীয়া হৈ পৰিব যে সৰগৰ দেৱতাইও থৰ লাগি চাব।’
গুৱাহাটীক Purple City হিচাপে গঢ়াৰ GMC লোৱা সিদ্ধান্তক আদৰণি বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ। গুৱাহাটীক Purple City হিচাপে গঢ়াৰ অভিযান আৰম্ভ কৰা হ’ব অহা ৫ জুনৰ পৰা। অসমৰ থলুৱা প্ৰজাতিৰ উদ্ভিদ আজাৰ, কাঞ্চন আৰু কপৌফুল ৰোপনৰ সিদ্ধান্ত প্ৰশাসনৰ।
Assam, India | Jun 3, 2026