Public App Logo
Profile Picture

Ishan News

@ishannews2019
1467Followers
0Following
📌BRICS ৰ শক্তি কিমান?
📌সহজ ভাষাত BRICS বুজো আহক,কিয় আমেৰিকাৰ বাবে মূৰৰ কামোৰ BRICS
<nis:link nis:type=tag nis:id=bikalpa nis:value=bikalpa nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=bricssummit#worldleadership nis:value=BRICSSummit#worldleadership nis:enabled=true nis:link/>
📌আপুনি নজনা কথা! 

ঐশ্বৰিক কামধেনু গাইৰ গাখীৰে আপুনি খোৱা পনীৰ, মিঠাই, তৈয়াৰ হৈ আছে 
<nis:link nis:type=tag nis:id=ishannews nis:value=IshanNews nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=opriyo nis:value=opriyo nis:enabled=true nis:link/>
Video 2
Video 3
Video 4
Video 5
Video 6
Video 7
Video 8
বন্যহস্তীয়ে খেলিলে ফুটবল। মৰঙীৰ বগীধলা খেলপথাৰৰ এই দৃশ্য।
৫০ কোটি টকা ব্যয় সাপেক্ষ যোৰহাট জিলা আয়ুক্ত কাৰ্যালয় আজি মুকলি কৰিব মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী ডা° ৰণোজ পেগু আৰু কেশৱ মহন্তৰ।
নদীপথেৰে সৰবৰাহ কৰি থকা অৱস্থাত জব্দ ৭৭ টা গৰু।
চোৰাং গৰু সহ ২৫ জন ব্যক্তিক আটক আৰক্ষীৰ।
মঙলদৈ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ সংখ্যক চোৰাং গৰু।
যোৰহাটত কেইবাটাও কাৰ্যসূচী হাতত লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য সংবাদ মাধ্যমৰ আগত।
হাজোৰ খোপনিকুছিত জব্দ  লুকুৱাই ৰখা সাৰৰ প্ৰায় ৯০০ বেগ সাৰৰ বস্তা। অভিযানত আটকাধীন ট্ৰাক চালক মোবাৰক আলীৰ ভাষ্যৰ ভিত্তিতেই খোপনিকুছিত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় গুডামত মজুত ৰখা এইসমূহ সাৰৰ বস্তা।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। সংবাদমেল ত্যাগ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তাৰ পাছতেই সাংবাদিক দিব্যা শ্ৰীবাস্তৱৰ অভিনৱ প্ৰতিবাদ৷ দলীয় কৰ্মীৰ ৰোষত পৰাৰ অভিযোগ সাংবাদিকগৰাকীৰ৷
Video 15
Video 16
Video 17
পৰিৱেশ সংৰক্ষণ আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ লক্ষ্যৰে ‘এক পেড় মা কে নাম’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত অসম–অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলৰ জাগুনস্থিত হাসাকৰ পাংচুং গাঁৱত ২০ অসম ৰাইফলছৰ উদ্যোগত বৃক্ষৰোপণ অভিযান। ছাত্ৰ-ছাত্ৰী, স্থানীয় বাসিন্দা, অসামৰিক প্ৰশাসনৰ বিষয়া তথা অসম ৰাইফলছৰ জোৱানসকলৰ এই কাৰ্যসূচীত অংশগ্ৰহণ।
📍 ভাৰতত ইছলাম'ফবিয়া আৰু আমেৰিকাত হিন্দুফবিয়া। 
📍 বালিলৈ যিপাত, সুগ্ৰীবলৈও সিপাত। 
📍 ভাৰতীয়ক আমেৰিকাৰ ৰাস্তা এৰি দিয়াৰ বিশেষ নিৰ্দেশনা।
<nis:link nis:type=tag nis:id=indian nis:value=indian nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=america nis:value=america nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=trump nis:value=Trump nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=narendramodi nis:value=NarendraModi nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=migration nis:value=migration nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=prajanmasahariah nis:value=Prajanmasahariah nis:enabled=true nis:link/>
📍 গুৱাহাটীৰ হোটেল 'লিলি'ত লিটল মিলেনিয়ামৰ ‘টিচাৰ্ছ এক্সেলেন্স এৱাৰ্ডছ’ আৰু ‘এডুকেটছ এৱাৰ্ডছ’ প্ৰদান। 
📍 গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত শিক্ষকসকলৰ অৱদানক স্বীকৃতি আৰু সন্মান জনোৱাৰ উদ্দেশ্যে এই বঁটা প্ৰদান।
-দেওবাৰৰ পৰা অসম জাতীয় পৰিষদে পালন কৰিব ‘জুবিন সপ্তাহ’
- কি কি কাৰ্যসূচীৰে স্মৰণ কৰা হ’ব প্ৰাণৰ শিল্পীক?
- ক’ত কিদৰে অনুষ্ঠিত হ’ব জুবিন সপ্তাহৰ কাৰ্যসূচীসমূহ?
- ভিডিঅ’বাৰ্তাযোগে ব্যাখ্যা অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ
<nis:link nis:type=tag nis:id=ishannews nis:value=IshanNews nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=zubeengarg nis:value=ZubeenGarg nis:enabled=true nis:link/>
UNSCৰ সংস্কাৰৰ বিষয়টো আৰু অধিক বিলম্ব যাতে নহয়. ক্ষিপ্ৰতাৰে বিষয়টো আগবঢ়াই নিবলৈ ভাৰতৰ প্ৰস্তাৱক সমৰ্থন জনালে ৰাছিয়াই

<nis:link nis:type=tag nis:id=ishannews nis:value=IshanNews nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=brics nis:value=BRICS nis:enabled=true nis:link/>
ৰাষ্ট্ৰসংঘৰ UNSCৰ সংস্কাৰ সন্দৰ্ভত BRICS সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ মন্তব্য

<nis:link nis:type=tag nis:id=ishannews nis:value=IshanNews nis:enabled=true nis:link/>