Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
India
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
No video available

মাহমৰা: মৰাণহাট খটখটিত চাৰিলেনযুক্ত পথ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত আছুৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ

Mahmora, Charaideo | Jan 29, 2024
চৰাইদেউ জিলাৰ মৰাণহাট খটখটিত নিৰ্মাণৰত অৱস্থাত থকা উজনি অসমৰ চাৰিলেনযুক্ত পথৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ আছুৰ চৰাইদেউ, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ৰপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত কেইবাগৰাকীও কেন্দ্ৰীয় নেতা, জিলা সমিতিৰ বিষয়ববীয়া আৰু সহস্ৰাধিক আছু সদস্যই অংশগ্ৰহন কৰিছে ৷

MORE NEWS