বঙাইগাঁৱত ১০৬ সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ
Bijni, Chirang | Nov 23, 2026
বঙাইগাঁও বাৰোৱাৰী পূজা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ১০৬ সংখ্যক ৰাস মহোৎসৱৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ঐতিহ্যমণ্ডিত এই ধৰ্মীয় আৰু সাংস্কৃতিক উৎসৱক লৈ বঙাইগাঁৱৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।