Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
India
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
No video available

সোণাৰি: মথুৰাপুৰ গেছ কোম্পানী তিনি আলিত ভয়ংকৰ পথ দুৰ্ঘটনাত জড়িত বলেৰ বাহনৰ চালকক মথুৰাপুৰ আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷

Sonari, Charaideo | Jun 3, 2024
চৰাইদেউ চৰাইদেউ মথুৰাপুৰ গেছ কোম্পানী তিনি আলিৰ সমিপত সংঘটিত হোৱা পথ দুৰ্ঘটনাত তিনি জন যুৱকৰ মৃত্যু।যোৱা ১ মে তাৰিখে সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনাটো AS04BC7046 বলেৰ পিক আপ বাহনৰ চালক জনক মথুৰাপুৰ আৰক্ষীয়ে আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷