সোণাৰি: সোণাৰি শাখা সাহিত্য সভাৰ উদ্যোগত জিলাখনৰ সদৰ সোণাৰিস্থিত আছুৰ কার্যালয়ত এখনি গ্রন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷
সোণাৰি শাখা সাহিত্য সভাৰ তিনিখন গ্রন্থ উন্মোচন অসম সাহিত্য সভাৰ চৰাইদেউ জিলা সাহিত্য সভাৰ অন্তৰ্গত সোণাৰি শাখা সাহিত্য সভাৰ উদ্যোগত জিলাখনৰ সদৰ সোণাৰিস্থিত আছুৰ কার্যালয়ত এখনি গ্রন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। সোণাৰী শাখা সাহিত্য সভাৰ সভানেত্রী পাপৰী গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখা কৰে শাখাৰ সম্পাদিকা বিজুমনি দত্তই অসম সাহিত্য সভাৰ পত্রিকা সম্পাদক ড° ৰঘুনাথ কাগয়ুং, চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি নিৰঞ্জন ফুকন, সম্পাদক বিপুল বৰুৱা উপস্থিত থাকে