সোণাৰি: সোণাৰিত অত্যাৱশ্যকীয় সামগ্রী, পেট্রল, ৰন্ধন গেছৰ লগতে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ কাৰ্যসূচী আছুৰ।
চৰাইদেউ জিলাৰ সোণাৰিত আছুৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি। আছুৰ প্ৰতিবাদত আৰক্ষীৰ বাধা। যোগান মন্ত্ৰীৰ পুত্তলিকা দাহেৰে সদৌ চৰাইদেউ জিলা ছাত্র সন্থাৰ প্ৰতিবাদ। অত্যাৱশ্যকীয় সামগ্রী, পেট্রল, ৰন্ধন গেছৰ লগতে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি ৰোধৰ দাবী আছুৰ।