সোণাৰি: সোণাৰিত কংগ্ৰেছৰ দলীয় সভাত APCC ৰ সভাপতি ভুপেন বৰা
সোণাৰিত কংগ্ৰেছৰ দলীয় সভা সোমবাৰে ১১বজাত অনুষ্ঠিত হয়।সভাত APCC ৰ সভাপতি ভুপেন বৰাই অংশগ্ৰহণ কৰি জনায় যে এইবাৰ যোৰহাটবাসীৰ জয় হ'ব। তপন গগৈ হাৰিব নিৰ্বাচনত। এই মন্তব্য APCCৰ সভাপতি ভুপেন বৰাৰ। ভোট গণনাৰ প্ৰাক মুহূৰ্তত সোণাৰিত APCC ৰ সভাপতি ভূপেন বৰা। সোণাৰিত উপস্থিত হৈয়ে যোৰহাটত তপন গগৈ হাৰিব বুলি মন্তব্য APCC ৰ সভাপতি গৰাকীৰ। অসমত বিৰোধী মিত্ৰজোঁটৰ আসন বাঢ়িব বুলিয়ো মন্তব্য ভূপেন বৰাৰ। আনহাতে প্ৰাক নিৰ্বাচনী সমীক্ষা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য ভূপেন বৰাৰ