সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক বিশেষ সম্বৰ্ধনা অসমৰ নাট্যজগতৰ আগশাৰীৰ থিয়েটাৰ "নটসূৰ্য" ৰ ।
নটসূৰ্য থিয়েটাৰৰ প্ৰযোজক জগদীশ গগৈ লগতে বাণী চাংমাই , মনি গগৈ আৰু বিপুল মহন্ত উপস্থিত থাকে এই সম্বৰ্ধনা কাৰ্যসূচীত ।
তেওঁলোকৰ এই আন্তৰিকতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে ।
অন্যহাতে ভৱিষ্যতে সমাজ, সংস্কৃতি আৰু কলাৰ বিকাশৰ হকে নটসূৰ্য থিয়েটাৰ গোষ্ঠীয়ে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।
#everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers #DharmeswarKonwar