Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

MORE NEWS

বানেধোৱা শিৱসাগৰৰ দৰিকাপাৰ হাতীমূৰীয়া গাঁৱত আজি উপস্থিত হ'ল জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্ত। 

গায়ত্রী মহন্তই অভিনয় কৰা জোনবাইৰ জোনালীহঁতৰ পুৰণি ঘৰখনত উপস্থিত হৈ আৱেগিক হৈ পৰিল গায়ত্রী মহন্ত।

হাতীমূৰীয়া গাঁৱৰ যগ্যেশ্বৰ গগৈৰ বাসগৃহতে তিনিটাকৈ বছৰ ধৰি শ্বুটিং চলিছিল জোনবাইৰ। পাৰ হৈ যোৱা বানত এই ঘৰখনো ক্ষতিগ্রস্ত হৈছিল। ঘৰখনৰ পৰিয়ালটোৰ সৈতে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে ক্ষতিগ্রস্ত ঘৰখনৰ মেৰামতিৰ বাবে আৰ্থিক সাৰাৰ্যও আগবঢ়ালে জোনালীৰ চৰিত্ৰ ৰূপায়ণ কৰা গায়ত্রী মহন্ত 
#highlightseveryone #everyone #junbai #gaytrimohanta

বানেধোৱা শিৱসাগৰৰ দৰিকাপাৰ হাতীমূৰীয়া গাঁৱত আজি উপস্থিত হ'ল জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্ত। গায়ত্রী মহন্তই অভিনয় কৰা জোনবাইৰ জোনালীহঁতৰ পুৰণি ঘৰখনত উপস্থিত হৈ আৱেগিক হৈ পৰিল গায়ত্রী মহন্ত। হাতীমূৰীয়া গাঁৱৰ যগ্যেশ্বৰ গগৈৰ বাসগৃহতে তিনিটাকৈ বছৰ ধৰি শ্বুটিং চলিছিল জোনবাইৰ। পাৰ হৈ যোৱা বানত এই ঘৰখনো ক্ষতিগ্রস্ত হৈছিল। ঘৰখনৰ পৰিয়ালটোৰ সৈতে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে ক্ষতিগ্রস্ত ঘৰখনৰ মেৰামতিৰ বাবে আৰ্থিক সাৰাৰ্যও আগবঢ়ালে জোনালীৰ চৰিত্ৰ ৰূপায়ণ কৰা গায়ত্রী মহন্ত #highlightseveryone #everyone #junbai #gaytrimohanta

Sibsagar, Sivasagar | Aug 17, 2026

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত পূজা অৰ্চনা ভক্ত বৈষ্ণৱৰ 

পবিত্ৰ শাওন মাহ উপলক্ষে ভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্ত বৈষ্ণৱ 
#highlight #everyonefollowers #shivdoll #omnamahshivaya

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত পূজা অৰ্চনা ভক্ত বৈষ্ণৱৰ পবিত্ৰ শাওন মাহ উপলক্ষে ভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্ত বৈষ্ণৱ #highlight #everyonefollowers #shivdoll #omnamahshivaya

Sibsagar, Sivasagar | Aug 17, 2026

পৰিয়ালটিক সকলোৱে অলপ সহায় কৰক ।

#news #assamfloods2026 #oursivasagar #sivasagarassam

পৰিয়ালটিক সকলোৱে অলপ সহায় কৰক । #news #assamfloods2026 #oursivasagar #sivasagarassam

Sibsagar, Sivasagar | Aug 16, 2026

BREAKING শিৱসাগৰত বিজেপিৰ সংবাদ মেল

শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন জিলা বিজেপিৰ সভাপতি বিতুপন ৰাইদঙীয়াৰ।

🔴 বান পৰিস্থিতিত ৰাইজৰ সহযোগিতাক প্ৰশংসা বিতুপন ৰাইদঙীয়াৰ।

🔴 বানৰ সময়ত সাংবাদিকসকলে আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন।

🔴 বান সাহায্যৰ নামত গোপন ৰাজনৈতিক অভিসন্ধিৰ অভিযোগ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে।

🔴 ₹৫০০ৰ বিনিময়ত বিপদত পৰা মহিলাক ভৰি ধৰাবলৈ বাধ্য কৰাৰ অভিযোগক লৈ আজমলক তীব্ৰ সমালোচনা।

🔴 বান সাহায্যৰ নামত শিৱসাগৰত ৰাজনীতি নকৰিবলৈ আজমলক সকিয়নি।

🔴 উজনি অসমক অপসংস্কৃতি আৰু বহিৰাগতৰ চৰণীয়া পথাৰ নকৰিবলৈ কঠোৰ সকিয়নি।

🔴 “আজমলৰ এনে প্ৰয়াস কোনো কাৰণতে সফল হ’বলৈ দিয়া নহ’ব” — বিতুপন ৰাইদঙীয়া।

🔴 শিৱসাগৰলৈ ইয়াতকৈ অধিক আগবাঢ়ি নাহিবলৈ আজমলক কঠোৰ সকিয়নি বিজেপি সভাপতিগৰাকীৰ।

#highlight #everyonefollowers #followerseveryone #nonfollowers #BJPNEWS

BREAKING শিৱসাগৰত বিজেপিৰ সংবাদ মেল শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন জিলা বিজেপিৰ সভাপতি বিতুপন ৰাইদঙীয়াৰ। 🔴 বান পৰিস্থিতিত ৰাইজৰ সহযোগিতাক প্ৰশংসা বিতুপন ৰাইদঙীয়াৰ। 🔴 বানৰ সময়ত সাংবাদিকসকলে আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন। 🔴 বান সাহায্যৰ নামত গোপন ৰাজনৈতিক অভিসন্ধিৰ অভিযোগ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে। 🔴 ₹৫০০ৰ বিনিময়ত বিপদত পৰা মহিলাক ভৰি ধৰাবলৈ বাধ্য কৰাৰ অভিযোগক লৈ আজমলক তীব্ৰ সমালোচনা। 🔴 বান সাহায্যৰ নামত শিৱসাগৰত ৰাজনীতি নকৰিবলৈ আজমলক সকিয়নি। 🔴 উজনি অসমক অপসংস্কৃতি আৰু বহিৰাগতৰ চৰণীয়া পথাৰ নকৰিবলৈ কঠোৰ সকিয়নি। 🔴 “আজমলৰ এনে প্ৰয়াস কোনো কাৰণতে সফল হ’বলৈ দিয়া নহ’ব” — বিতুপন ৰাইদঙীয়া। 🔴 শিৱসাগৰলৈ ইয়াতকৈ অধিক আগবাঢ়ি নাহিবলৈ আজমলক কঠোৰ সকিয়নি বিজেপি সভাপতিগৰাকীৰ। #highlight #everyonefollowers #followerseveryone #nonfollowers #BJPNEWS

Sibsagar, Sivasagar | Aug 16, 2026

শিৱসাগৰত নৱনিৰ্মিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে

দীৰ্ঘদিন ভাড়াতীয়া হিচাপে থকা শিৱসাগৰ জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়তো অৱশেষত নতুন ৰূপত নিৰ্মাণ কৰি শুভ উদ্বোধন কৰা হয় ডিমৌ বিধান সভা সমষ্টিৰ অন্তৰ্গত নগৰ মহল পঞ্চায়তৰ অধীনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত

শিৱসাগৰ জিলা আয়ুক্ত মৃদুল য়াদৱ , অতিৰিক্ত আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী শিৱসাগৰ জিলা সমাজ কল্যাণ বিষয়া , বিশিষ্ট সমাজকৰ্মী বিতোপন ৰাইদঙীয়াৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত মন্ত্ৰী গৰাকীয়ে উদ্ধোধন কৰে কাৰ্যালয়তো ।
#highlight 
#everyonefollowers 
#followerseveryone 
#SocialWelfare 
#sivasagarassam

শিৱসাগৰত নৱনিৰ্মিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে দীৰ্ঘদিন ভাড়াতীয়া হিচাপে থকা শিৱসাগৰ জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়তো অৱশেষত নতুন ৰূপত নিৰ্মাণ কৰি শুভ উদ্বোধন কৰা হয় ডিমৌ বিধান সভা সমষ্টিৰ অন্তৰ্গত নগৰ মহল পঞ্চায়তৰ অধীনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত শিৱসাগৰ জিলা আয়ুক্ত মৃদুল য়াদৱ , অতিৰিক্ত আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী শিৱসাগৰ জিলা সমাজ কল্যাণ বিষয়া , বিশিষ্ট সমাজকৰ্মী বিতোপন ৰাইদঙীয়াৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত মন্ত্ৰী গৰাকীয়ে উদ্ধোধন কৰে কাৰ্যালয়তো । #highlight #everyonefollowers #followerseveryone #SocialWelfare #sivasagarassam

Sibsagar, Sivasagar | Aug 16, 2026