Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

স্বাধীনতাৰ প্ৰাক-ক্ষণত শোণিতপুৰ আৰক্ষী আৰু CRPF-ৰ সফল অভিযান। আৰক্ষী আৰু CRPF ৰ যৌথ অভিযানত উদ্ধাৰ ৩টা পিষ্টল, ১০ জাঁই সক্ৰিয় গুলী আৰু ৭টা হেণ্ড গ্ৰেণেড। ঢেকিয়াজুলিৰ লাওদাঙি চেন্টাৰত উদ্বাৰ এই অস্ত্ৰ শস্ত্ৰ। #Dhekiajuli #Sonitpur #AssamPolice #CRPF #barta24x7 #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Aug 14, 2026

MORE NEWS

৮০ সংখ্যক স্বাধীনতা দিৱসত গহপুৰত শ্বহীদক অপমান। চাফ-চিকুন নহ'ল কনকলতাৰ প্ৰতিমূৰ্তি-উদ্দ্যান। 

 আজি দেশে ৮০ সংখ্যক স্বাধীনতা উদযাপন কৰিছে । কিন্তু দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী সকলক অপমানিত হৱ লাগিয়া হৈছে এইখন অসমত । এই দৃশ্য গহপুৰৰ শ্বহীদ কনকলতা বৰুৱাৰ জন্ম স্হান বৰঙাবাৰীৰ । ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা প্ৰতিমূৰ্তি ৰঙবিৰং দূৰৰে কথা প্ৰতিমূৰ্তি কাষৰ ঘাঁহ বন কেইদাল কাটিবলেও সময় নহ'ল প্ৰশাসন তথা চৰকাৰৰ । পূৰ্বতে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ দ্বাৰা সকলো ব্যৱস্থা কৰে যদিও এই বেলি সেই কাম নহ'ল ।

#public #friends #highlights #news #viral #reels #everyone #facebook

৮০ সংখ্যক স্বাধীনতা দিৱসত গহপুৰত শ্বহীদক অপমান। চাফ-চিকুন নহ'ল কনকলতাৰ প্ৰতিমূৰ্তি-উদ্দ্যান। আজি দেশে ৮০ সংখ্যক স্বাধীনতা উদযাপন কৰিছে । কিন্তু দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী সকলক অপমানিত হৱ লাগিয়া হৈছে এইখন অসমত । এই দৃশ্য গহপুৰৰ শ্বহীদ কনকলতা বৰুৱাৰ জন্ম স্হান বৰঙাবাৰীৰ । ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা প্ৰতিমূৰ্তি ৰঙবিৰং দূৰৰে কথা প্ৰতিমূৰ্তি কাষৰ ঘাঁহ বন কেইদাল কাটিবলেও সময় নহ'ল প্ৰশাসন তথা চৰকাৰৰ । পূৰ্বতে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ দ্বাৰা সকলো ব্যৱস্থা কৰে যদিও এই বেলি সেই কাম নহ'ল । #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Aug 15, 2026

গুৰু - শিষ্যৰ সম্পৰ্কত কালিমা সানিলে আব্দুল আলী নামৰ শিক্ষকে। ঢেকিয়াজুলিৰ টংলাত এই ঘটনা।

#public #friends #highlights #news #viral #reels #everyone #facebook

গুৰু - শিষ্যৰ সম্পৰ্কত কালিমা সানিলে আব্দুল আলী নামৰ শিক্ষকে। ঢেকিয়াজুলিৰ টংলাত এই ঘটনা। #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Aug 15, 2026