বিষকো পাহৰি NEET পৰীক্ষা দিলে এই সাহসী ছোৱালীজনীয়ে।
ভৰিত আঘাত আৰু তীব্র বিষ থকা সত্ত্বেও ছোৱালীজনীয়ে NEET পৰীক্ষা দিবলৈ কেন্দ্রত উপস্থিত হৈছিল।
কোনো বাধাই তাইৰ মনোবলক ৰোধ কৰিব নোৱাৰিলে, এই যুঁজাৰু ছোৱালীজনীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বহুত শুভকামনা যাচিলোঁ।