Public App Logo
Profile Picture

D Public News

@usr33124748
7Followers
0Following
NEET ত সফল অৰ্জন কৰি AMCH ত MBBS কৰাৰ সুযোগ পালে মৰাগৰ আৰিজ ইশান শইকীয়াই।
অসম চিকিত্সা মহাবিদ্যালয় চিকিত্সালয় ASSAM MEDICAL COLLEGE & HOSPITAL DIBRUGARH

Now students at

Assam Medical College and Hospital.

Joyjeet Saikia

NEET ত সফল অর্জন কৰি AMCH ত MBBS করিব সুযোগ পালে জয়জিত শইকীয়াই

লখিমপুৰৰ পানীত বিদ্যালয়ৰ প্রাক্তন ছাত্র জয়জিত শইকীয়া
প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদেৱ দেহৰসান

পরা ৮ বছরত নিজ বাসগৃইত মৃত্যু হয় প্রাক্তন নেতা গৰাকীর

দীর্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ আছিল করগ্রেই নেতা গবাকী
কংগ্রেছক স্পষ্ট বাৰ্তা AJP ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ

'উপ-নিৰ্বাচনত ৰাজনৈতিক আদর্শ-দর্শনেৰে প্রতিফলিত হ'ব লাগিব'

'নিৰ্বাচনত জয়ী হ'বৰ বাবেই বৈঠক অনুষ্ঠিত নকৰি মূল ইত্যুক গুৰুত্ব দিব লাগিব”

'আমি আমাৰ স্থিতি জনাই দিছোঁ, পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ম'
কয়াকুছি বজাৰত বজাৰ কৰিবলৈ আহি নিকদেশ ২৮ বছৰীয়া বুলবুল হাছান!

পত্নীক অকলে যৈা ক'ত গ'ল বুলবুল?ও হেপ্টেম্বৰৱ পবা সন্ধানহীন লোকজনক বিচারি হাছাকাৱ পৰিয়ালত।

পৰিয়ালৰ যোগায়োেগ নম্বৰ-6001527035
নগাঁও জিলাৰ ৰূপহী হাটৰ সামিউল ইছলামৰ সাফল্য —

 ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত তৃতীয় আৰু দ্বিতীয় স্থান অৰ্জন
একেটা ঘৰৰ পৰা একেলগে ওলাল দুগৰাকীকৈ চিকিৎসক!

জাম্মু-কাশ্মীৰৰ দুই ভগ্নীৰ সাফলা: একেলগে MBBS সম্পূৰ্ণ কৰি চিকিৎসক হ'ল চেমা আৰু চাইমা

পিতৃ আব্দুল নবী কুৰেছীৰ পূৰ্ণ সমর্থনেৰে শৈশৱৰে পৰা দেখা সপোন সার্থক কৰিলে দুয়ো

আপুনি জনাওঁক শুভেচ্ছা
পাঁচমাইলৰ গৌৰৱ ফাৰিহা জামানে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ MBBS পাঠ্যক্রমত লাভ কৰিলে স্থান।
গোলাঘাট দেৱৰাজ ৰয় কলেজত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয়

ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতিকে ধৰি ১১ পদত জয় লাভঅসম ছাত্ৰ পৰিষদৰ
ধুবুৰী সমষ্টিৰ বিধায়িকা

বেবী বেগমক

অসম প্রহরী

অসম বিধানসভাৰ মহিলা আৰু শিশু কল্যাণ সমিতিৰ

সদস্য হিচাপে মনোনীত কৰিছে

বিধানসভাৰ অধ্যক্ষই
জুবিন গৰিমাৰ প্রথম দেখা-দেখিৰ ৩১ বছৰ
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা

বিজেপিৰ প্ৰাৰ্থী হ'ব দেৱাশীষ শৰ্মা
অৱশেষত মুকলি আকাশৰ তললৈ ACS নুপুৰ বৰা
বানাক্ৰান্ত ছাত্র-ছাত্রীৰ বাবে মুখ্যমন্ত্রী সাহায্য পুঁজিৰ বিশেষ সহায়

চৰাইদেউ-শিৱসাগৰৰ বানপীড়িত শিক্ষার্থীৰ বাবে ১.৫৬ কোটি টকা মুকলি

বানাক্ৰান্ত শিক্ষার্থীৰ শৈক্ষিক সহায়ৰ বাবে মুকলি এই পুঁজি
চেহেৰা নহয়, ভালপোৱাহে নিখুঁত, এই কথা শিকাই থৈ গৈছে এলি থম্পছনে।
বিষকো পাহৰি NEET পৰীক্ষা দিলে এই সাহসী ছোৱালীজনীয়ে।

ভৰিত আঘাত আৰু তীব্র বিষ থকা সত্ত্বেও ছোৱালীজনীয়ে NEET পৰীক্ষা দিবলৈ কেন্দ্রত উপস্থিত হৈছিল।

কোনো বাধাই তাইৰ মনোবলক ৰোধ কৰিব নোৱাৰিলে, এই যুঁজাৰু ছোৱালীজনীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বহুত শুভকামনা যাচিলোঁ।
১২ ছেপ্টেম্বৰত বৰপেটাত ৰাষ্ট্ৰীয় লোক আদালত।
⭕মাতৃ সদৃশ খুৰীয়েকেই কাঢ়ি নিলে এটি ৪০ দিনীয়া নিৰপৰাধ শিশুৰ প্ৰাণ!
⭕পুখুৰীৰ পানীত দলিয়াই পেলাই এটি  কণমানি শিশুৰ প্ৰাণ কাঢ়ি নিলে নিজ মাতৃ সদৃশ খুৰীয়েকে
Video 18
Medhavi Skills University Begins 2026 Batch with Skill-First Vision@
২০ আগষ্টৰ পূৰ্বে বানাক্ৰান্ত চাৰি জিলাৰ নামঘৰলৈ চৰকাৰে প্ৰদান কৰিব ১.৫০ লাখ টকাৰ

সাহায্য
মানৱতাৰ অনন্য নিদর্শন।

বানাক্ৰান্ত ৰাইজৰ পানীৰ বাবে প্ৰয়োজন হ'লে নিজৰ কিডনী বিক্ৰী কৰিব শুকুৰ আলিয়ে।

1.7K

<nis:link nis:type=tag nis:id=assamfloods nis:value=AssamFloods nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=humanity nis:value=Humanity nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=shukurali nis:value=ShukurAli nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=Assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=inspirational nis:value=Inspirational nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=floods2026@ nis:value=Floods2026@ nis:enabled=true nis:link/>
একেলগে দেখা গ'ল মৌলানা বদৰুদ্দিন আজমল আৰু শৃংখল চলিহাক। নিশা শৃংখল চলিহাৰ ঘৰত উপস্থিত মৌলানা বদৰুদ্দিন আজমল
Video 23
""বৰপেটা মেডিকেল কলেজৰ পৰা ওলাই আহি বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে এগৰাকী ব্যক্তিয়ে। শুনক, তেওঁ কি ক'লে।"