Public App Logo
📌 'মন্ত্ৰী বিমল বৰা সৰু সৰু মানুহ, মই মুখ্যমন্ত্ৰীৰ লগতহে কথা পাতিম। 📌 মই বাঘ, মেকুৰীৰ ওচৰলৈ নাযাও। মই নাম ল'লেই HERO হৈ যাব বিমল বৰা'। স্বাধীনতা দিৱসত মন্ত্ৰী বিমল বৰাই আজমলক কৰা সমালোচনাক লৈ প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ। #NewsUpdate #badaruddinajmal #BimalBora #ABCNewsAssam - Barpeta News