Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

News in Barpeta

হিন্দু সুৰক্ষা সেনা, অসম নামৰ সংগঠনৰ সভাপতি কাঞ্চন দেৱ নাথৰ প্ৰকৃত স্বৰূপ এয়া।এই মানুহজনেই এই বিপদৰ সময়ত অসমীয়া জাতিক হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰিব বিচাৰি আছে।আচৰিত কথা মৃণাল তালুকদাৰৰ দৰে দায়িত্বশীল জ্যেষ্ঠ সাংবাদিকে এই ধৰণৰ 420 মানুহ টকশ্বো ত মাতি তাৰ বিষাক্ত কথা অসমত পৰোক্ষভাৱে প্ৰচাৰ কৰাটো উচিত হৈছেনে?ৰাইজ এই ধৰণৰ বাজে মানুহৰ কথাত বিভ্ৰান্ত নহব।সকলো জাতি ধৰ্মৰ মানুহ মিলিয়েই আমি অসমীয়া জাতি।সাম্প্ৰদায়িক নেতাৰ প্ৰকৃত চৰিত্ৰ এই video ত চাই লওক।

Barpeta, Barpeta | Aug 1, 2026

📌উজনিৰ বানাক্ৰান্তই লাভ কৰিব ২৫ হাজাৰ আৰ্থিক সাহায্য।
📌৩, ৪, ৫ আগষ্টত ৪ জিলাৰ বানাক্ৰান্তই লাভ কৰিব ১৫ হাজাৰ।
📌১০ আগষ্টত শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তই আৰু ১০ হাজাৰ টকা লাভ কৰিব।
📌ফেচবুক LIVE যোগে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

#NewsUpdate #AssamFlood #HimantaBiswaSarma #floodrelief #ABCNewsAssam

📌উজনিৰ বানাক্ৰান্তই লাভ কৰিব ২৫ হাজাৰ আৰ্থিক সাহায্য। 📌৩, ৪, ৫ আগষ্টত ৪ জিলাৰ বানাক্ৰান্তই লাভ কৰিব ১৫ হাজাৰ। 📌১০ আগষ্টত শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তই আৰু ১০ হাজাৰ টকা লাভ কৰিব। 📌ফেচবুক LIVE যোগে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। #NewsUpdate #AssamFlood #HimantaBiswaSarma #floodrelief #ABCNewsAssam

Barpeta, Barpeta | Aug 1, 2026

📌চৰাইদেউ আৰু শিৱসাগৰৰ ৰাইজে ১ বছৰলৈ দিব নালাগে মাটিৰ খাজানা। 
📌ফেচবুক LIVE যোগে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

#NewsUpdate #AssamFlood #HimantaBiswaSarma #floodrelief #ABCNewsAssam

📌চৰাইদেউ আৰু শিৱসাগৰৰ ৰাইজে ১ বছৰলৈ দিব নালাগে মাটিৰ খাজানা। 📌ফেচবুক LIVE যোগে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। #NewsUpdate #AssamFlood #HimantaBiswaSarma #floodrelief #ABCNewsAssam

Barpeta, Barpeta | Aug 1, 2026