Latest News in Moran (Local videos)
মৰাণ: ১৬টাকৈ আঞ্চলিক পঞ্চায়ত সামৰি খোৱাং সমজিলা আয়ুক্ত কাৰ্যালয়ত গঠন হ'ল খোৱাং আঞ্চলিক পঞ্চায়ত
Moran, Dibrugarh | Jul 14, 2025
usr509065
Follow
Share
Next Videos
মৰাণ: মালামাল বইজ নামৰ অসমীয়া ছবি পৰিচালকৰ বিৰুদ্ধে মৰাণ থানাত এজাহাৰ দাখিল চুতীয়া যুৱ পৰিষদ অসমৰ
usr509065
Moran, Dibrugarh | Jul 13, 2025
মৰাণ: মৰাণৰ ডোমৰ দলংত কেন্দ্ৰীয় সভাপতিৰ উপস্থিতিত অসম জাতীয় পৰিষদত যোগদান কৰিলে শতাধিক লোকে
usr509065
Moran, Dibrugarh | Jul 13, 2025
মৰাণ: জকাই হাঁহচৰা প্ৰেক্ষাগৃহত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত সাংস্কৃতিক কৰ্মশালা শুভাৰম্ভ কৰিলে বিধায়কে
usr509065
Moran, Dibrugarh | Jul 12, 2025
মৰাণ: কেন্দ্ৰীয় সভাপতিৰ উপস্থিতিত ধেমেচী কলালোৰ ৰংগমঞ্চত অনুষ্ঠিত হল অসম জাতীয় পৰিষদৰ সাংগঠনিক পৰ্যালোচনা সভা আৰু যোগদান
usr509065
Moran, Dibrugarh | Jul 12, 2025
মৰাণ: নতুন বলাইত বনৰীয়া কাঠফুলা খাই মাতৃ- পুত্ৰ অসুস্থ হোৱাৰ পাছত ঘটনাৰ বুজ ল'লে বিধায়ক চক্ৰধৰ গগৈয়ে
usr509065
Moran, Dibrugarh | Jul 12, 2025
মৰাণ: মৰাণৰ পৌৰসভা এলেকাত অসম দৰ্শন আঁচনিৰ অধীনত চেক বিতৰণ কৰিলে মন্ত্ৰী যোগেন মহনে
usr509065
Moran, Dibrugarh | Jul 12, 2025
মৰাণ: পথালিবামত দীনদয়্যাল শক্তি কেন্দ্ৰ উদ্যোগত অনুষ্ঠিত হ'ল চোতাল বৈঠক , অংশ ল'লে বিধায়ক চক্ৰধৰ গগৈয়ে
usr509065
Moran, Dibrugarh | Jul 11, 2025
মৰাণ: কলাখোৱাৰ বৰদৈবাম গাঁৱত চোতাল বৈঠকত অংশ লৈ চৰকাৰৰ উন্নয়ন খতিয়ান দিলে বিধায়ক চক্ৰধৰ গগৈয়ে
usr509065
Moran, Dibrugarh | Jul 11, 2025
মৰাণ: বহু বিতৰ্ক আৰু চৰ্চাৰ অন্তত খোৱাং খণ্ড উন্নয়ন কাৰ্যালয়ত গঠন হয় খোৱাং সমষ্টিৰ তিনিটা গাঁও পঞ্চায়ত
usr509065
Moran, Dibrugarh | Jul 11, 2025
মৰাণ: নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হোৱা কাউঞ্চিলৰ ৰুমা হাতীবৰুৱাই বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত খোৱাঙত BJP ত যোগদান
arindram93
Moran, Dibrugarh | Jul 9, 2025
মৰাণ: চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত মৰাণ হালমাৰী চাহ বাগিছাত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ
usr509065
Moran, Dibrugarh | Jul 9, 2025
মৰাণ: খামটিঘাটৰ পৰা ৰাজগড়লৈকে ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা, প্ৰায়ে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা
#jansamasya
usr509065
Moran, Dibrugarh | Jul 8, 2025
মৰাণ: মৰাণৰ কুশল নগৰত আচৰিত চুৰি কাণ্ড,চোৰে খিচিৰি বনাই খাই লৈ গ'ল নগদ ধনৰ লগতে সোণৰ গহনা
usr509065
Moran, Dibrugarh | Jul 8, 2025
মৰাণ: খোৱাংস্থিত বস্ত্ৰ তাঁত প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটো পৰিদৰ্শন কৰি ব্যৱস্থাপনাৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই
usr509065
Moran, Dibrugarh | Jul 7, 2025
মৰাণ: চেপন গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনক লৈ তীব্ৰ সংঘাত, চেপনত ৬ নিৰ্বাচিত ৱাৰ্ড সদস্যৰ সংবাদ মেল
usr509065
Moran, Dibrugarh | Jul 7, 2025
মৰাণ: ডুলিয়া কাকতি পঞ্চায়তৰ চাংমাইগৰীয়া গাঁৱৰ চোতাল বৈঠকত ৩ শতাধিক ৰাইজৰ উপস্থিতিত অংশগ্ৰহণ কৰে বিধায়ক চক্ৰধৰ গগৈয়ে
arindram93
Moran, Dibrugarh | Jul 5, 2025
মৰাণ: কঁঠিয়াৰ ওপৰত চৰকাৰে বুলড'জাৰ চলোৱা মানে অসমীয়া জাতিৰ স্বাভিমানৰ ওপৰত বুলড'জাৰ চলোৱাঃ মৰাণত এই মন্তব্য অজাপৰ সভাপতিৰ
usr509065
Moran, Dibrugarh | Jul 5, 2025
মৰাণ: ৰাজনীতি এৰি কঠীয়া সিচাত ব্যস্ত বিধায়ক চক্ৰধৰ গগৈ,খোৱাং বেজগাঁৱত সম্ভাৱ্য বন্যাৰ্ত বাবে কঠিয়া সিচিলে বিধায়ক গৰাকীয়ে
usr509065
Moran, Dibrugarh | Jul 5, 2025
মৰাণ: চৰকাৰী নিৰ্দেশনা পাছটো গঠন নহ'ল খোৱাং পঞ্চায়ত, খোৱাং পঞ্চায়তৰ চাৰি সদস্যৰ আত্মগোপন, সভাপতি পদক লৈ সংঘাত
usr509065
Moran, Dibrugarh | Jul 4, 2025
মৰাণ: গাওঁ পঞ্চায়তৰ সভাপতি নিৰ্বাচনক লৈ উতপ্ত হল খোৱাং উন্নয়ণ খণ্ডৰ কাৰ্যালয়,চেপন পঞ্চায়তত সভাপতি নিৰ্বাচনত অনিয়মৰ অভিযোগ
usr509065
Moran, Dibrugarh | Jul 4, 2025
মৰাণ: ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং চেম্পিয়নশ্বীপত ৰূপৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে মৰাণৰ গীতিমণি গগৈয়ে
usr509065
Moran, Dibrugarh | Jul 4, 2025
মৰাণ: খোৱাং হালধিবাৰীৰ ২ নং আহোম গাঁৱৰ পশু চিকিৎসালয়ৰ দুৰৱস্থা, নাই চিকিৎসক-কৰ্মচাৰী, সমস্যাত ৰাইজ
#jansamasya
usr509065
Moran, Dibrugarh | Jul 3, 2025
মৰাণ: খামতিঘাট দলঙৰ ওচৰৰ পথৰ কাষত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ, খোৱাং আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
usr509065
Moran, Dibrugarh | Jul 3, 2025
মৰাণ: গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ কংগ্ৰেছ কৰ্মীয়ে পানীৰ বটল দলিওৱা ঘটনাক মৰাণত তীব্ৰ ভাষাৰে গৰিহণা মন্ত্ৰী বিমল বৰাৰ
usr509065
Moran, Dibrugarh | Jun 30, 2025
Load More
Contact Us
Your browser does not support JavaScript!