Latest News in Tingkhong (Local videos)
টিংখং: টিংখাঙত অৱস্থিত অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান পৰিদৰ্শন কৰি ব্যৱস্থাপনা বুজ ল'লে মন্ত্ৰী প্ৰশান্ত ফুকনে
Tingkhong, Dibrugarh | Jul 15, 2025
usr509065
Follow
Share
Next Videos
টিংখং: টিংখাঙৰ লংবৈ বাগিচাত অনুষ্ঠিত হ'ল অসম চাহ মজদুৰ সংঘ লংবৈ বাগিচা ইউনিট কমিটিৰ শপত গ্ৰহণ আৰু দায়িত্ব অৰ্পণ অনুষ্ঠান
usr509065
Tingkhong, Dibrugarh | Jul 11, 2025
টিংখং: টিংখাঙৰ ৰাজগড় জিলা পৰিষদ ভৱনত গ্ৰীষ্মকালীন শৈক্ষিক কৰ্মশালা অন্বেষণৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী বিমল বৰাই
usr509065
Tingkhong, Dibrugarh | Jul 8, 2025
টিংখং: নখাটৰ ৫২নং বি ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, পথৰ দুৰৱস্থাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে ট্ৰাকখন,আহত চালকসহ দুজন
arindram93
Tingkhong, Dibrugarh | Jul 8, 2025
টিংখং: টিংখাঙৰ মাজপথাৰ গাঁৱত ভয়ংকৰ ঘটনা, চিলিণ্ডাৰ বিস্ফোৰণৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিল এটা পৰিয়াল
usr509065
Tingkhong, Dibrugarh | Jul 6, 2025
টিংখং: টিংখাঙৰ ৰংছোৱাল গাঁৱত গৰু চোৰৰ সন্ত্ৰাস, চিচিটিভিত বন্দী গৰু চুৰিৰ দৃশ্য, আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
usr509065
Tingkhong, Dibrugarh | Jul 6, 2025
টিংখং: টিংখাঙত মন্ত্ৰী বিমল বৰা উপস্থিতিত অনুষ্ঠিত হ'ল যোগদান কাৰ্যসূচী, অসম জাতীয় পৰিষদৰ শক্তিশালী নেতাই যোগদান কৰিলে বিজেপিত
usr509065
Tingkhong, Dibrugarh | Jul 4, 2025
টিংখং: টিংখাঙৰ ৫ খন চাহ বাগিচাত 'এটি কলি দুটি পাত' আঁচনি সম্পৰ্কে চাহ শ্ৰমিকসকলৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰী বিমল বৰাই
arindram93
Tingkhong, Dibrugarh | Jul 3, 2025
টিংখং: বহিঃৰাজ্যত সন্ধানহীন টিংখাঙৰ চাউদাং গাঁৱৰ এজন লোক, কেৰালালৈ গৈ থকা অৱস্থাত সন্ধানহীন হোৱাত পৰিয়ালত লাগিছে হাহাকাৰ
usr509065
Tingkhong, Dibrugarh | Jun 26, 2025
টিংখং: টিংখাঙৰ তিনঠেঙীয়া বনাঞ্চলত বনধ্বংস যজ্ঞ, পৰিৱেশ তথা ৰাইজৰ জীৱনলৈ ভাবুকি
#jansamasya
usr509065
Tingkhong, Dibrugarh | Jun 22, 2025
টিংখং: টিংখাঙৰ অমূল্যবাৰী চাহ বাগিছাত পিঞ্জৰাবদ্ধ হ'ল প্ৰকাণ্ড নাহৰফুটুকী, নাহৰফুটুকী চাবলৈ ভিৰ ৰাইজৰ
usr509065
Tingkhong, Dibrugarh | Jun 22, 2025
টিংখং: শলগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত শলগুৰি আঞ্চলিক ৰঙালী বিহু স্থায়ী সমিতিৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন
arindram93
Tingkhong, Dibrugarh | Jun 20, 2025
টিংখং: ভূমি জালিয়াতিৰ অভিযোগৰ পাছতেই ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিএম ভিজিলেঞ্চৰ তিনিজনীয়া দলে চলালে অভিযান
usr509065
Tingkhong, Dibrugarh | Jun 19, 2025
টিংখং: টিংখাং ৰাজগড় চোতাল বৈঠকত ৩ শতাধিক ৰাইজৰ উপস্থিতিত চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে মন্ত্ৰী বিমল বৰাই
arindram93
Tingkhong, Dibrugarh | Jun 19, 2025
টিংখং: ভূমি বিবাদৰ স্থায়ী সমাধানৰ দাবীত টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে দুটাকৈ সংগঠনে
usr509065
Tingkhong, Dibrugarh | Jun 16, 2025
টিংখং: ৰাজগড় জিলা পৰিষদ ভৱনত অনুষ্ঠিত অৰুণোদয় ৩.০ আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ ৰূপায়ণৰ বুজ লয় মন্ত্ৰী বিমল বৰাই
arindram93
Tingkhong, Dibrugarh | Jun 16, 2025
টেঙাখাত: টেঙাখাত পানধোৱাৰ বুঢ়ীদিহিং নৈৰ বুকুত সন্ধানহীন এজন যুৱক
arindram93
Tengakhat, Dibrugarh | Jun 10, 2025
টিংখং: এন ডি এ চৰকাৰৰ ১১ বছৰীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ল লেঙেৰী মণ্ডল কাৰ্যালয়ৰ চৌহদত , অংশ ল'লে মন্ত্ৰী বিমল বৰাই
usr509065
Tingkhong, Dibrugarh | Jun 8, 2025
টিংখং: টিংখাং আঘোণীবাৰীৰ পৰা খোৱাং বেতনিৰ মথাউৰিৰ কাষত ২২ কিলোমিটাৰ এৰী গছৰ গুটি আৰু কেছেৰু গছৰ পুলি ৰোপণ মন্ত্ৰী বিমল বৰাৰ
arindram93
Tingkhong, Dibrugarh | Jun 5, 2025
টিংখং: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বেতনী চাৰিআলিত কেচেৰুপুলি আৰু এৰী বীজ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰী বিমল বৰাই
usr509065
Tingkhong, Dibrugarh | Jun 5, 2025
টিংখং: টিংখং ভাঙাআলি গাঁৱত বান পীড়িত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ সন্দৰ্ভত বুজ লয় মন্ত্ৰী প্ৰশান্ত ফুকনে
arindram93
Tingkhong, Dibrugarh | Jun 2, 2025
টিংখং: টিংখাঙৰ ২ নং শলগুৰি কৈৱৰ্ত গাঁৱৰ শ শ ৰাইজ বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীৰ কৱলত , মূল পথ পানীৰে বুৰাই পেলোৱাত যাতায়াত বন্ধ
usr509065
Tingkhong, Dibrugarh | Jun 1, 2025
টিংখং: লেঙেৰী দিহিংচাং বহুমুখী প্ৰশিক্ষণ কাৰ্য্যালয়ত মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত অনুষ্ঠিত হ'ল পঞ্চায়ত পৰিভ্ৰমণ কাৰ্যসূচী
usr509065
Tingkhong, Dibrugarh | May 31, 2025
টিংখং: টিংখাঙত অংগনৱাড়ী কৰ্মীসকলক মোবাইল ফোন বিতৰণৰ শুভ উদ্ধোধনী অনুষ্ঠানত উপস্থিত মন্ত্ৰী বিমল বৰা
arindram93
Tingkhong, Dibrugarh | May 30, 2025
টিংখং: টিংখাঙৰ ৰাজগড় পঞ্চায়তত 'পঞ্চায়ত পৰিভ্ৰমণ' কাৰ্যসূচীত অংশ লৈ ৰাইজৰ সৈতে মত-বিনিময় কৰিলে মন্ত্ৰী বিমল বৰাই
usr509065
Tingkhong, Dibrugarh | May 30, 2025
Load More
Contact Us
Your browser does not support JavaScript!