Latest News in Titabor (Local videos)
তিতাবৰ: মাধপুৰ চাহ বাগিচাৰ শ্ৰমিকৰ এটা সমস্যা সমাধান হ'ব, জৰাজীৰ্ণ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
Titabor, Jorhat | Jul 13, 2025
priyanka1162
Follow
Share
Next Videos
তিতাবৰ: তিতাবৰ বিধান সভা সমষ্টিত আজিৰ পৰা গ্ৰীষ্মকালীন কৰ্মশালা ,কৰ্মশালাৰ শুভাৰম্ভ কৰে সম জিলা আয়ুক্ত , সহকাৰী জিলা আয়ুক্তই
priyanka1162
Titabor, Jorhat | Jul 11, 2025
তিতাবৰ: জ্ঞান বিকাশ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় তিতাবৰত, ৰাজ্যৰ 22 টা সমষ্টিৰ ৬২১ গৰাকী শিক্ষাৰ্থীক বঁটা প্ৰদান
priyanka1162
Titabor, Jorhat | Jul 11, 2025
তিতাবৰ: তিতাবৰ নগৰৰ মাজমজিয়াত উন্মুক্ত নলা মৰণ ফাণ্ডলৈ পৰিণত হৈছে , নলাত সোমাই আঘাতপ্ৰাপ্ত হৈছে বহু লোক
#jansamasya
priyanka1162
Titabor, Jorhat | Jul 11, 2025
তিতাবৰ: বোকাহোলা চাহ বাগিচাৰ পৰা জব্দ প্ৰায় ৫ কেজি ভাং আৰু প্ৰায় ৭ গ্ৰাম হেৰ'ইন, দুজনক আটক
priyanka1162
Titabor, Jorhat | Jul 10, 2025
তিতাবৰ: ১ নং জোনাকী আৰু মণ্ডল গাঁৱৰ দুই শতাধিক পৰিয়াল পানীৰ তলত । হঠাৎ অহা বাঢ়নী পানীত দিশশাৰা সকলো
#jansamasya
priyanka1162
Titabor, Jorhat | Jul 10, 2025
তিতাবৰ: ন-আলি পথৰ ডাংধৰা বজাৰৰ শোকাৱহ পথ দুৰ্ঘটনা, বাইক আৰু চিটি ৰাইডৰ মাজত মুখামুখি সংঘৰ্ষ, থিতাতে নিহত এজন, আহত এজন
priyanka1162
Titabor, Jorhat | Jul 4, 2025
তিতাবৰ: ঢলি চামগুৰিত বোৱাৰীয়েকক হত্যাৰ চেষ্টা কৰে বৰজনাকে, চিকিৎসালয়ত চিকিৎসাধীন মহিলাগৰাকী
priyanka1162
Titabor, Jorhat | Jul 3, 2025
তিতাবৰ: বৰহোলা আৰু দেৱেৰাপাৰত আৰক্ষী আৰু আৱকাৰী বিভাগৰ অভিযান , অভিযানত নষ্ট প্ৰায় ৩০০০ লিটাৰ সুৰা
priyanka1162
Titabor, Jorhat | Jun 27, 2025
তিতাবৰ: তিতাবৰত মহিলাৰ আত্মহত্যাক কেন্দ্ৰ কৰি ৰাইজৰ তীব্ৰ প্ৰতিবাদ , মহিলা গৰাকীক হত্যা কৰাৰ সন্দেহ ৰাইজৰ
priyanka1162
Titabor, Jorhat | Jun 14, 2025
তিতাবৰ: টাটা মেজিক বাহনসহ চাৰিটাকৈ চুৰি গৰু জব্দ তিতাবৰত , আটক এজন
priyanka1162
Titabor, Jorhat | Jun 13, 2025
তিতাবৰ: বৰহোলাৰ বালিজানস্থিত ONGC ৰ এটা ৰিগৰ সন্মুখত বিভিন্ন দাবীৰে AJYCP ৰ প্ৰতিবাদ
priyanka1162
Titabor, Jorhat | Jun 4, 2025
তিতাবৰ: তিতাবৰ থানাত উপস্থিত IGP সত্যৰঞ্জন হাজৰিকা , পৰ্যালোচনা কৰে ২০২৪ বৰ্ষৰ কাম কাজৰ
priyanka1162
Titabor, Jorhat | Jun 4, 2025
তিতাবৰ: বেকাজান আৰু চেনিজানৰ কালভাৰ্ট পৰিদৰ্শন সম জিলা আয়ুক্ত আৰু জিলা আয়ুক্তই
priyanka1162
Titabor, Jorhat | Jun 3, 2025
তিতাবৰ: গৌৰৱ গগৈৰ প্ৰতিকৃতি দাহ কৰিলে একাংশ বিজেপিৰ সমৰ্থকে ,গৌৰৱ গগৈ মূর্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ তিতাবৰত
priyanka1162
Titabor, Jorhat | May 29, 2025
তিতাবৰ: তিতাবৰত গ্ৰেপ্তাৰ দুই গাড়ী চোৰ , আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োকে
priyanka1162
Titabor, Jorhat | May 27, 2025
তিতাবৰ: তিতাবৰ মহকুমা চিকিৎসালয়ত সুৰক্ষিত নহয় চিকিৎসা কৰ্মী , চিকিৎসালয় খনত মন্তব্য চিকিৎসকৰ
priyanka1162
Titabor, Jorhat | May 26, 2025
তিতাবৰ: সন্দিকৈ গাঁও অঞ্চলৰ ৰেল আলিৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ
priyanka1162
Titabor, Jorhat | May 24, 2025
তিতাবৰ: তিতাবৰত আৰক্ষীয়ে জব্দ কৰা ভাং জ্বলাই নষ্ট কৰে, প্ৰায় ১১০ কেজি ভাং জ্বলাই নষ্ট
priyanka1162
Titabor, Jorhat | May 24, 2025
তিতাবৰ: বৰহোলাত উপস্থিত CBI দুজনীয়া দল , ট্রেডিংৰ সন্দৰ্ভত সুধা পোচা
priyanka1162
Titabor, Jorhat | May 18, 2025
তিতাবৰ: দেওঘৰীয়াত গাঁও বাসীয়ে গায়ন বায়নেৰে আদৰণি জনাই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা ভৈৰৱ গগৈক
priyanka1162
Titabor, Jorhat | May 17, 2025
তিতাবৰ: ৰেচম মহাবিদ্যালয়ত উপস্থিত মন্ত্ৰী ইউ জি ব্ৰহ্ম , পৰিদৰ্শন কৰে মহাবিদ্যালয় খন
priyanka1162
Titabor, Jorhat | May 17, 2025
তিতাবৰ: বিবিজানত আৰক্ষীৰ জালত পৰে চাৰি জন ভাং খেতিয়ক , জব্দ 1 কুইণ্টেল 26 কেজি কেঁচা ভাং
priyanka1162
Titabor, Jorhat | May 15, 2025
তিতাবৰ: বিধায়ক ভাস্কৰ বৰুৱা সহিতে তিতাবৰৰ বিভিন্ন স্থানত উপস্থিত সাংসদ গৌৰৱ গগৈ
priyanka1162
Titabor, Jorhat | May 14, 2025
তিতাবৰ: সমজিলা তিতাবৰত আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হল পঞ্চায়ত নিৰ্বাচনৰ ফলাফল , কংগ্ৰেছৰ দুৰ্গ খহাই বিজেপিৰ জয়জয়কাৰ
priyanka1162
Titabor, Jorhat | May 12, 2025
Load More
Contact Us
Your browser does not support JavaScript!