Latest News in Mariani (Local videos)
মৰিয়নি: মঙ্গলবাৰে পুলিবৰত পথ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা চালকক দেৱেৰাপাৰৰ পৰা গ্ৰেপ্তাৰ ,জব্দ দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ
Mariani, Jorhat | Jun 13, 2025
priyanka1162
Follow
Share
Next Videos
মৰিয়নি: বৈছাহাবি চাওৰা লাইনৰ এটা জৰাজীৰ্ণ পথ , বহু প্ৰতিবাদৰ অন্তত পথ নিৰ্মাণ হৈছিল যদিও বিসংগতিৰ অভিযোগ
#jansamasya
priyanka1162
Mariani, Jorhat | Jun 12, 2025
মৰিয়নি: মৰিয়নি স্থিত পশু চিকিৎসালয়ৰ সমীপৰ পৰা আৰক্ষীয়ে জব্দ কৰে সুৰা ভৰ্তি বাহন
priyanka1162
Mariani, Jorhat | Jun 12, 2025
মৰিয়নি: দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত অবৈধ খনন বন্ধৰ দাবীত আঞ্চলিক বন বিষয়াৰ জৰিয়তে বন প্ৰাধিকাৰী বিষয়ালৈ স্মাৰক পত্ৰ কেএমএছএছৰ
priyanka1162
Mariani, Jorhat | Jun 9, 2025
মৰিয়নি: ডালিম চাহ বাগিছাত মৰ্মান্তিক ঘটনা , পিতৃয়ে তিনিমহীয়া কেঁচুৱাক দলিয়ালে কুঁৱালৈ , আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
priyanka1162
Mariani, Jorhat | Jun 6, 2025
মৰিয়নি: স্কুটী চালকে হেলমেট পৰিধান নকৰাৰ বাবেই মৰিয়নিত আৰক্ষীয়ে স্কুলীয়া ছাত্ৰী আৰু অভিভাৱকক বহু সময় ৰখাই থয় থানাত
priyanka1162
Mariani, Jorhat | Jun 5, 2025
মৰিয়নি: দেৱেৰাপাৰাৰ এগৰাকী ৰোগাক্ৰান্ত যুৱতীৰ একাউণ্টৰ পৰা টকা আত্মসাৎ কৰা দুই অনলাইন প্ৰবঞ্চকক তিতাবৰৰ পৰা আটক
priyanka1162
Mariani, Jorhat | May 30, 2025
মৰিয়নি: ক্ৰীড়া ক্ষেত্ৰত ৰাজ্য চৰকাৰে অধিক গুৰুত্ব দিয়াত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধন্যবাদ জনাইছে চৰকাৰক , মৰিয়নিত মন্তব্য
priyanka1162
Mariani, Jorhat | May 30, 2025
মৰিয়নি: মেলেং লক্ষীপুৰত বন্যহস্তী খেদিবলৈ গৈ নীৰিহ লোকক প্ৰহাৰ কৰাৰ অভিযোগ বনকৰ্মীৰ বিৰুদ্ধে ৰাইজৰ, আৰক্ষীক অভিযোগ দাখিল
priyanka1162
Mariani, Jorhat | May 29, 2025
মৰিয়নি: সাংসদ গৌৰৱ গগৈ উপস্থিত হয় মৰিয়নিত , কেইবাটাও অঞ্চললৈ আগবঢ়াই সাংসদ পুঁজিৰ অনুদান
priyanka1162
Mariani, Jorhat | May 25, 2025
মৰিয়নি: বিধায়ক ৰূপজ্যোতি কূৰ্মী , জিলা সভাপতিৰ উপস্থিতিত মৰিয়নিত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী
#OperationSindoor
priyanka1162
Mariani, Jorhat | May 25, 2025
মৰিয়নি: শংকৰজ্যোতি বৰুৱা শৃংখল চলিহাক বিনাচৰ্তে মুক্তিৰ দাবীত আছাৰ প্ৰতিবাদ
priyanka1162
Mariani, Jorhat | May 23, 2025
মৰিয়নি: নাগাজাংকা উদয়পুৰত জৰাজীৰ্ণ কাঠৰ দলঙে দুৰ্ভোগ ভুগাইছে ৰাইজক, উপায়ন্তৰ হৈ ৰাইজে নিৰ্মাণ কৰিলে দলং
#jansamasya
priyanka1162
Mariani, Jorhat | May 20, 2025
মৰিয়নি: অৰুণাচলত পণবন্দী কৰি ৰখা অসমৰ ২৪ জন লোকক উদ্ধাৰ যোৰহাট আৰক্ষীৰ , প্ৰেছ বাৰ্তা যোগে উল্লেখ আৰক্ষী অধীক্ষকৰ
priyanka1162
Mariani, Jorhat | May 19, 2025
মৰিয়নি: বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে মৰিয়নিৰ বিভিন্ন স্থানত ১৪৩ টা পৰিয়ালক প্ৰদান কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ চাবি এই
priyanka1162
Mariani, Jorhat | May 17, 2025
মৰিয়নি: গান্ধী নগৰৰ পথত এজাক কিনকিনিয়া বৰষুণৰ ফলত ভৰি পৰিছে পানীৰে, হাহাকাৰ প্ৰায় তিনি শতাধিক ৰাইজৰ
#jansamasya
priyanka1162
Mariani, Jorhat | May 15, 2025
মৰিয়নি: মৰিয়নিৰ পুখুৰীয়াত হস্তী মানুহৰ সংঘাত , ভাঙি তহিলং কৰিছে বাসগৃহ , সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত এজন
priyanka1162
Mariani, Jorhat | May 13, 2025
মৰিয়নি: বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় মৰিয়নিৰ থানা তিনিআলিত , ১২ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড
priyanka1162
Mariani, Jorhat | May 6, 2025
মৰিয়নি: চেলেংহাট পশু চিকিৎসালয়ৰ অৱস্থা অতি ভয়ংকৰ , যিকোনো মূহুৰ্তত খহিব পাৰে ছাঁদ ,“DANGER” ফলকেৰে সতৰ্কবাণী বিভাগৰ
priyanka1162
Mariani, Jorhat | May 5, 2025
মৰিয়নি: চেলেং চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শতাধিক কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা অনুষ্ঠান
priyanka1162
Mariani, Jorhat | May 5, 2025
মৰিয়নি: জু-জিৎচু খেলে এতিয়া বিশেষ সমাদৰ লাভ কৰিছে, আনন্দিত বিধায়ক ৰূপজ্যোতি কুর্মী, মৰিয়নিত বিধায়কগৰাকীৰ মন্তব্য
priyanka1162
Mariani, Jorhat | May 4, 2025
মৰিয়নি: ডকলঙীয়া চাহ বাগিচাত বাঘৰ আতংক , বাঘৰ আক্ৰমণত আহত এজন
priyanka1162
Mariani, Jorhat | May 3, 2025
মৰিয়নি: বিজয় পুৰতনিশা নিৰ্বাচন কেন্দ্ৰীক সংঘাট, এই সংঘাতত আহত হৈছে ৫ জন , JMCH ত চিকিৎসাধীন আটাইকেইজন
priyanka1162
Mariani, Jorhat | May 1, 2025
মৰিয়নি: কাটনী গাঁৱত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত বিধায়ক ৰূপজ্যোতি কুর্মীৰ নিৰ্বাচনী প্ৰচাৰ
priyanka1162
Mariani, Jorhat | Apr 30, 2025
মৰিয়নি: চেলেংহাটৰ মাজুনগঞা গাঁৱত ভয়ংকৰ ঘটনা , এজন যুৱকৰ দাৰ ঘাপত গুৰুত্বভাৱে আহত আন এজন যুৱক
priyanka1162
Mariani, Jorhat | Apr 28, 2025
Load More
Contact Us
Your browser does not support JavaScript!