মৰিগাঁও সদৰ আৰক্ষী, ভূৰাগাও আৰক্ষীৰ সহযোগত চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰে। মহছিন আহমেদ ওৰফে ডেন্জাৰ বাপ্পিৰ ঘৰত যৌথভাবে অভিযান চলাই বহু লক্ষাধিক টকাৰ সামগ্ৰী সমূহ উদ্ধাৰ কৰে।উল্লেখ্য যে মহছিন আহমেদ ওৰফে ডেন্জাৰ বাপ্পি পূৰ্বে চুৰি কাৰ্য সংঘটিত কৰি বহুবাৰ জেল হাতলৈ যাবলগীয়া হৈছে। আৰক্ষীৰ উমান পাই মহছিন আহমেদ পলাই যায়।