Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
image
image
image

*মৰিগাঁও জিলা চক্ৰ কাৰ্যালয় পৰিদৰ্শন কৰি কাৰ্যকলাপৰ পৰ্যালোচনা জিলা আয়ুক্তৰ* মৰিগাঁও, ৮ জুলাই: মৰিগাঁও জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰী, ACS আৰু জাগীৰোড সহ-জিলা আয়ুক্ত শ্ৰী হৃদয় কুমাৰ দাস, ACS-এ আজি মৰিগাঁও জিলা চক্ৰ কাৰ্যালয় পৰিদৰ্শন কৰি কাৰ্যালয়খনৰ সামগ্ৰিক কাৰ্যকলাপৰ পৰ্যালোচনা কৰে। তেওঁলোকে ৰাজহ আৰু ভূমি প্ৰশাসনৰ বিভিন্ন বিষয় পৰ্যালোচনা কৰাৰ লগতে জনসাধাৰণলৈ দ্ৰুত, স্বচ্ছ আৰু ফলপ্ৰসূ সেৱা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে অমীমাংসিত বিষয়সমূহ সময়মতে নিষ্পত্তি কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে।

Laharighat, Morigaon | Jul 8, 2026

MORE NEWS

লাহৰীঘাটৰ জেংপৰিত গৰু চুৰি কাৰ্যত ব্যৱহৃত AS01AP 4743 নম্বৰৰ এখন বিলাসী বাহন উদ্ধাৰ।ভূৰাগাঁও থানাৰ অন্তৰ্গত আমবাগান গাঁৱত শেষনিশা চুৰি হোৱা এহাল গৰুৰ খোঁজৰ চিনেৰে আগুৱাই গৈ ৰাইজে জেংপৰি গাঁৱত এই গাড়ীখনৰ লগতে উদ্ধাৰ কৰিছে চুৰি গৰু হাল । ৰাইজৰ উপস্থিতিৰ বাবে চোৰে  গাড়ীখন এৰি পলায়ন কৰিছে।‌ গাড়ীখনৰ ভিতৰত কাপোৰ আৰু গৰু বন্ধা ৰচী প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে।

Laharighat, Morigaon | Jul 12, 2026

ভূৰাগাঁৱত গ্ৰেপ্তাৰ কূখ্যাত চাইবাৰ অপৰাধী।যোৱা নিশা ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশাল বনিকৰ নেতৃত্বত চলা অভিযানত ফলিহামাৰী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ অপৰাধী ।ধৃত চাইবাৰ অপৰাধীটোৰ নাম চামিম আহমেদ। আজি ধৃত চাইবাৰ অপৰাধীটোক মায়ং থানাত লৈ যায়। দীৰ্ঘদিন ধৰি ধৃত চাইবাৰ অপৰাধীটোৱে অসাধু উপায়ে কোটি কোটি টকা লুণ্ঠন কৰি আহিছে। উল্লেখ্য যে ধৃত ছাইবাৰ অপৰাধীটো পূৰ্বেও চাইবাৰৰ গোচৰত জেল হাজোতলৈ গৈছিল ।

মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰী, ACS-ৰ সভাপতিত্বত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়।

সভাত জনস্বাস্থ্য কাৰিকৰী (PHE) বিভাগৰ কাৰ্যবাহী অভিযন্তা বাবুল বড়ো আৰু কনিষ্ঠ অভিযন্তা পাৰ্থ জ্যোতি নাথ উপস্থিত থাকে। সভাত অৱগত কৰা হয় যে জল জীৱন মিছন (JJM) আঁচনিৰ অধীনত জিলাখনৰ ১,২০০ৰো অধিক অংগনৱাড়ী কেন্দ্ৰলৈ বিশুদ্ধ খোৱা পানীৰ সুবিধা প্ৰদান কৰা হৈছে। কিন্তু বৰ্তমান সময়ত এই আঁচনিসমূহৰ এক বৃহৎ অংশ বিকল হৈ থকাটো পৰিলক্ষিত হৈছে।
এই বিষয়ত গুৰুত্ব আৰোপ কৰি জিলা আয়ুক্তগৰাকীয়ে ১৫ সংখ্যক বিত্ত আয়োগৰ পুঁজিৰে বিকল হৈ থকা পানী যোগান আঁচনিসমূহ অতি শীঘ্ৰে মেৰামতি আৰু পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰী, ACS-ৰ সভাপতিত্বত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জনস্বাস্থ্য কাৰিকৰী (PHE) বিভাগৰ কাৰ্যবাহী অভিযন্তা বাবুল বড়ো আৰু কনিষ্ঠ অভিযন্তা পাৰ্থ জ্যোতি নাথ উপস্থিত থাকে। সভাত অৱগত কৰা হয় যে জল জীৱন মিছন (JJM) আঁচনিৰ অধীনত জিলাখনৰ ১,২০০ৰো অধিক অংগনৱাড়ী কেন্দ্ৰলৈ বিশুদ্ধ খোৱা পানীৰ সুবিধা প্ৰদান কৰা হৈছে। কিন্তু বৰ্তমান সময়ত এই আঁচনিসমূহৰ এক বৃহৎ অংশ বিকল হৈ থকাটো পৰিলক্ষিত হৈছে। এই বিষয়ত গুৰুত্ব আৰোপ কৰি জিলা আয়ুক্তগৰাকীয়ে ১৫ সংখ্যক বিত্ত আয়োগৰ পুঁজিৰে বিকল হৈ থকা পানী যোগান আঁচনিসমূহ অতি শীঘ্ৰে মেৰামতি আৰু পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

Laharighat, Morigaon | Jul 7, 2026

*মৰিগাঁও জিলা চক্ৰ কাৰ্যালয় পৰিদৰ্শন কৰি কাৰ্যকলাপৰ পৰ্যালোচনা জিলা আয়ুক্তৰ* মৰিগাঁও, ৮ জুলাই: মৰিগাঁও জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰী, ACS আৰু জাগীৰোড সহ-জিলা আয়ুক্ত শ্ৰী হৃদয় কুমাৰ দাস, ACS-এ আজি মৰিগাঁও জিলা চক্ৰ কাৰ্যালয় পৰিদৰ্শন কৰি কাৰ্যালয়খনৰ সামগ্ৰিক কাৰ্যকলাপৰ পৰ্যালোচনা কৰে। তেওঁলোকে ৰাজহ আৰু ভূমি প্ৰশাসনৰ বিভিন্ন বিষয় পৰ্যালোচনা কৰাৰ লগতে জনসাধাৰণলৈ দ্ৰুত, স্বচ্ছ আৰু ফলপ্ৰসূ সেৱা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে অমীমাংসিত বিষয়সমূহ সময়মতে নিষ্পত্তি কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে। - Laharighat News