সোণাৰি: চৰাইদেউত প্ৰাক্তন বিধায়িকা নৱনিতা সন্দিকৈৰ বাসগৃহত নিৰ্বাচন সম্পৰ্কে আলোচনা বিজেপিৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰীৰ
চৰাইদেউত সোণাৰী সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনিতা সন্দিকৈৰ বাসগৃহত উপস্থিত হৈ সমাগত লোকসভা নিৰ্বাচন সম্পৰ্কে আলোচনাত মিলিত হয় বিজেপিৰ চৰাইদেউ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰনিতা পাংগিং। এই সময়ছোৱাত সভানেত্ৰীগৰাকীৰ লগত মহিলা মৰ্চাৰ বিষয়ববীয়া উপস্থিত থাকে ।