সোণাৰি: চৰাইদেউৰ মথুৰাপুৰত মন্ত্ৰী যোগেন মহন, পবিত্র মাৰ্ঘেৰিটাক লৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈ নির্বাচনী প্ৰচাৰ
চৰাইদেউ মথুৰাপুৰত মন্ত্ৰী যোগেন মহন, পবিত্র মাৰ্ঘেৰিটাক লৈ তপন গগৈ নির্বাচনী প্ৰচাৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্রতিটো ৰাজনৈতিক দলে নির্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।যোৰহাট লোকসভা সমষ্টিৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে মাহমৰা সমষ্টিৰ মথুৰাপুৰ লগতে কেইবাঠাইতো নির্বাচনী প্ৰচাৰ চলায়।মথুৰাপুৰ পূজা ফিল্ডত আয়োজিত দলীয় এখন নির্বাচনী সভাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ সম্পন্ন