সোণাৰি: নিমনাগড়ত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু কেবিনেট মন্ত্ৰী যোগেন মহনৰ অংশগ্ৰহণ
চৰাইদেউ নিমনাগড়ত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী জোগেন মহনে । সভাত বিজেপিৰ কাৰ্য়কৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে । সভাত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক আহবান জনোৱা হয় ।