Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
Thodadhyanse
Cds
Educationforall
Railsafety
Chaitranavratri
Smartrailyatri
Indianrailway
Railinfra4jharkhand
Safetyfirst
Amritstation
Railinfra4westbengal
No video available

সোণাৰি: চৰাইদেউৰ নিমনাগড়ত নিৰ্বাচনী প্ৰচাৰসভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

Sonari, Charaideo | Apr 8, 2024
চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত নিমনাগড় গাঁও পঞ্চায়তত আজি সন্ধিয়া যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ এক নিৰ্বাচনী প্ৰচাৰসভা অনুষ্ঠিত হয় ৷ এই সভাত প্ৰাৰ্থীগৰাকীৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচাকে ধৰি বহুসংখ্যক দলীয় বিষয়ববীয়া উপস্থিত থাকে ৷

MORE NEWS