📌বজালীত প্ৰকাশ ২০২৭ চনৰ খচৰা ভোটাৰ তালিকা, মুঠ ভোটাৰ ৩,৮২,৩৭৭ গৰাকী
📌বজালী সমষ্টিত ১,৬৬,২০৪ আৰু ভৱানীপুৰ-সৰভোগত ২,১৬,১৭৩ গৰাকী ভোটাৰ
📌নাম অন্তৰ্ভুক্তি, কৰ্তন আৰু ভুল-ত্ৰুটি সংশোধনৰ প্ৰক্ৰিয়া সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল
#NewsUpdate #AssamNews #PrimeNews #PrimeNews24