নায়েৰ আলগা উন্নয়ন খণ্ডৰ চৰ হাতীপোতা গাওঁ পঞ্চায়তত 'খেল মহাৰণ ৩.০'-ৰ সফল সামৰণি। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ৰাজ্যজুৰি অনুষ্ঠিত হোৱা 'খেল মহাৰণ ৩.০'-ৰ আজি নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত চৰ হাতীপোতা গাওঁ পঞ্চায়তত সফলতাৰে সামৰণি পৰে।