বিলাসীপাৰা উচ্চ মাধ্যমিক বিদ্যালয় তথা বিলাসীপাৰা ছিনিয়ৰ মাদ্ৰাছা প্ৰতিষ্ঠানটোৰ ২০২৮ চনত ৫০ বছৰ পুৰ্ণ হব,
#সেই মৰ্মে বিদ্যালয় খনত সোনালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ উদ্দেশ্য অহা ২২/১১/২০২৬ ইং তাৰিখত দেওবাৰ দিনা দিনৰ ১১-০০ মান বজাত বিদ্যালয় প্ৰাংগনত এখন পৰামৰ্শমুলক সাধাৰণ সভাৰ আয়োজন কৰা সন্দৰ্ভত বিদ্যালয় খনৰ নৱ নিৰ্বাচিত পৰিচালনা কমিটিৰ সভাপতি জাকিৰ হুছেইনৰ আজি সংবাদ মেল আয়োজন,