Public App Logo
Profile Picture

Bilasipara Express 24

@bilasipara24
82Followers
1Following
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষীৰ মাৰাথন অভিযান ।
নিশা চলোৱা অভিযানত ডুবাচুৰী বজাৰত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট সহ আটক এটা সৰবৰাহকাৰী ।
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষীৰ মাৰাথন অভিযান ।
নিশা চলোৱা অভিযানত ডুবাচুৰী বজাৰত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট সহ আটক এটা সৰবৰাহকাৰী ।
ড্ৰাগছ সৰবৰাহকাৰী জন সোণকোষ ঘোগাবালাপাৰাৰ ছলেমান হুছেইন বুলি জানিব পৰা গৈছে ।
বিলাসীপাৰাবাসী তথা অঞ্চলটোৰ ব্যবসায়ী আৰু পৰিবহনকাৰীসকলৰ বাবে এটা  ভাল খবৰ!
বিলাসীপাৰাত এখন গহনালয়ত চুৰি কৰিবলৈ আহি ধৰা পৰিল চোৰ। 
ৰাইজে হাতে লোটে চোৰ এটাক ধৰি গতাই দিয়ে আৰক্ষীক।
য়োৱা কালি এগৰাকী মহিলাই ই- ৰিক্সাৰ পৰা নথিপত্ৰ যুক্ত ফাইল হেৰুৱাই কোনো সদাশয় ফাইল খন পালে এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় মহিলা গৰাকীয়ে।
বিলাসীপাৰাত এখন গহনালয়ত চুৰি কৰিবলৈ আহি ধৰা পৰিল চোৰ ।
ৰাইজে হাতে লোটে চোৰ এটাক ধৰি গতাই দিয়ে আৰক্ষীক ।
বেলতলী বজাৰস্থিত নিউ পাল জুৱেলাৰীত মাজনিশা চোৰে চলাইছিল চুৰি কাণ্ড ।
চোৰে জুৱেলাৰী খনৰ চালৰ টিনপাত কাটি থকা অৱস্থাত ওচৰ চুবুৰীয়াই গম পায় ।

<nis:link nis:type=tag nis:id=dhubri nis:value=dhubri nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=virel nis:value=virel nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=bilasipara nis:value=bilasipara nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=ᴠɪʀᴇʟɴᴇᴡs nis:value=ᴠɪʀᴇʟɴᴇᴡs nis:enabled=true nis:link/>
বিলাসীপাৰাৰ চালবান্দাত সংঘটিত হৈছে এক লজ্জানত কৰা ঘটনা।
ঘৰুৱা কন্দলক কেন্দ্ৰ কৰি এগৰাকী নাৱালিকাৰ  শালীনতা হানিৰ ঘটনা পোহৰলৈ আহিছে।
বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাকুটা বেতবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ।
⚫বিয়া খাবলৈ গৈ থকা অৱস্থাত এই শোকাৱহ ঘটনা সংঘটিত হয় ভাতৃ ভগ্নী লগত।
▪️ বাইক আৰু দহচকীয়া ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন গুৰুতৰ ভাৱে আহত এগৰাকী কিশোৰী ।
▪️ বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাকুটা বেতবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ।
⚫বিয়া খাবলৈ গৈ থকা অৱস্থাত এই শোকাৱহ ঘটনা সংঘটিত হয় ভাতৃ ভগ্নী লগত।
▪️ বাইক আৰু দহচকীয়া ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন গুৰুতৰ ভাৱে আহত এগৰাকী কিশোৰী ।
▪️নিহত বাইক আৰোহী জন ছুৱাপাতা ৫ম খণ্ড গাঁৱৰ নুৰ আমিন বুলি জানিব পৰা গৈছে ।
▪️ ।
বিলাসীপাৰাৰ সাপটগ্ৰামত বুজন পৰিমাণৰ অবৈধ সুৰা জব্দ ।
সাপটগ্ৰাম আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰে কাৰ্টুনে কাৰ্টুনে অবৈধ বিলাতী সুৰা ।
গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে জব্দ কৰে অবৈধ সুৰা সমূহ ।
সাপটগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতি প্ৰসাদ দাসৰ নেতৃত্বত চলোৱা অভিযানত এটা গুদাম আৰু বাসগৃহ এটাৰ পৰা জব্দ বিভিন্ন ব্ৰাণ্ডৰ অবৈধ সুৰা ।
সাপটগ্ৰাম চহৰৰ ৯ নম্বৰ ৱাৰ্ডৰ দেৱদাস সাহা ওৰফে পাপাই আৰু বাপন সাহাই অবৈধ ভাৱে সুৰা মজুত কৰি ৰাখি ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ।
আৰক্ষীয়ে জব্দ কৰা অবৈধ সুৰা সমূহ সাপটগ্ৰাম থানালৈ নিয়ে ।
অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ উমান পাই অবৈধ সুৰা ব্যৱসায়ী দুজন পলাই যাবলৈ সক্ষম হয় ।

বিলাসীপাৰাৰ পৰা 
মফিজুল হোছেন আহমেদ ।
হাফিজ বেৰিষ্টাৰ ইলিয়াছ আনছাৰীৰ আহ্বান: নগাঁও লোকসভা সমষ্টিৰ ভোটাৰসকলক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান।
নাযেৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত ছুৱাপতা গাঁও পঞ্চায়তৰ  সচিবয়ে ভূৱা প্ৰমাণ পত্ৰ বিতৰণ লৈ ছুৱাপতা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ সংবাদ মেল।
আপুনি দুৰ্গা পূজা উপলক্ষে নতুন মোবাইল ক্ৰয় কৰাৰ কথা ভাবিছে নেকি

ঠিকনা: বানিয়া ইন্টাৰপ্ৰাইজ, বিলাসীপাৰা — গান্ধী চকৰ ওচৰত, শ্বহীদ বেদীৰ সন্মুখত।

 যোগাযোগৰ মোবাইল নম্বৰ: 9954643338
বিলাসীপাৰা বিধান সভা সমষ্টিতো আৰম্ভ হৈছে MLA CUP FOOTBALL 2026 প্ৰতযোগিতাৰ।
বিলাসীপাৰাৰ ছুৱাপাতা পঞ্চম খণ্ড গাওঁত ধানবনা কল বিষ্ফোৰণ কাণ্ডৰ প্ৰশাসনে চলাইছে দণ্ডাধীশ পৰ্যায়ৰ  তদন্ত।
বিলাসীপাৰা টটো চালক সকলোক লৈ কি ক'লে বিলাসীপাৰা শাখা যান বাহন আৰক্ষী বিষয়াজনে।
হামিদাবাদ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ২০২৬–২৭ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত ৭ গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈ নিৰ্বাচিত হৈছে।

বিজয়ী প্ৰাৰ্থীসকল—

১. মৰমী খাতুন — সহকাৰী সাধাৰণ সম্পাদক
২. ছাদ্দাদ হুছেইন — সাংস্কৃতিক সম্পাদক
৩. মফিজুৰ ৰহমান — বিতৰ্ক সম্পাদক
৪. মঞ্জুৱাৰা ইয়াছমিন — মেজৰ গেমছ (আউটড’ৰ) সম্পাদক
৫. নাৰ্জিনা খাতুন — মাইনৰ গেমছ (ইনড’ৰ) সম্পাদক
৬. ৰুকছানা খাতুন — ছাত্ৰী কমন ৰূম সম্পাদক
৭. কাবেল উদ্দিন — সামাজিক সেৱা সম্পাদক (ল’ৰা)
মই তাক ভাল পাওঁ।
মই নিজ ইচ্ছাতে তেওঁৰ লগত আহিছোঁ।
আমি বিবাহ পাশত আবদ্ধ হৈছোঁ দুয়ো।
সামাজিক মাধ্যমত এনে দৰে মন্তব্য আগবঢ়ায় যুৱতী গৰাকীয়ে।
.বিলাসীপাৰাত বন বিভাগে সেৱা সংকল্প অভিযানত সেউজ বিপ্লৱৰ সুচনাৰে উদযাপন কৰিবলৈ লৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬ সংখ্যক জন্মমাহ।
বিলাসীপাৰা আৰক্ষীৰ নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান ।
অভিযানত ৯ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বুজন পৰিমাণৰ নিচা জাতীয় দ্ৰব্য ।
বিলাসীপাৰা সমজিলাৰ নয়াহাট, লক্ষীগঞ্জ, সাপটগ্ৰাম আৰু নায়েৰ আলগাত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৮ কিলোগ্ৰাম গাঞ্জা আৰু বুজন পৰিমাণৰ য়াবা টেবলেট ।

▪️ বিলাসীপাৰাত অব্যাহত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ।
▪️ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নয়াহাট আৰক্ষীৰ অভিযান ।
▪️নিশা চলোৱা অভিযানত ড্ৰাগছ সহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী ।
▪️ছোট গিৰাইৰগাঁৱত ১১.৮২ গ্ৰাম নিষিদ্ধ ড্ৰাগছ সহ আৰক্ষীয়ে আটক কৰে ছাইফুল ইছলামক ।