Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Bjp
National
Bihar
कांग्रेस
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Crime
Odisha
Up
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Cm
Pmmodi
Rahulgandhi
Actor
यूपी
Uttarpradesh
Haryana
Lucknow
boramummi
ইনষ্টাগ্ৰামত প্ৰেম, হায়দৰাবাদত নিকাহ! অসমলৈ আহি স্বামী নোহোৱা! কোলাত সন্তান লৈ ৰফিকুলক বিচাৰি থানাই থানাই আয়েছা।প্ৰেমৰ বজাৰত চিনাকি ইনষ্টাগ্ৰামত, নিকাহ হ’ল হায়দৰাবাদত, আৰু এতিয়া স্বামীক বিচাৰি হাবাথুৰি খাইছে ধিঙৰ থানাত।এয়া কোনো চিনেমাৰ কাহিনী নহয়, এয়া বাস্তৱ জীৱনৰ প্ৰেমৰ এক অদ্ভুত অধ্যায়... #viralpost #viralreelschallenge #viralreels #assam
Nagaon, Nagaon
| Oct 31, 2026
#viralpost
#viralreelschallenge
#viralreels
#assam
MORE NEWS
💔 ৭ বছৰীয়া অপেক্ষাৰ অন্ত! প্ৰেমিকাৰ জ্ঞান ঘূৰি অহাৰ পিছতেই বিবাহৰ বান্ধোনত বান্ধ খালে দুয়ো! ❤️ 📌 প্ৰেমিকাৰ বাবে সাত বছৰ ধৰি অপেক্ষা! 📌 হাস্পতালত প্ৰেমিকাৰ কাষত থাকি সেৱা-শুশ্ৰূষা কৰি গ’ল প্ৰেমিকজনে। 📌 অৱশেষত প্ৰেমিকাৰ জ্ঞান ঘূৰি অহাৰ পিছতেই দুয়ো বিবাহপাশত আবদ্ধ হয়। ❤️ সঁচা প্ৰেমৰ পৰীক্ষা সময়ে লয়, কিন্তু অপেক্ষাই কেতিয়াবা প্ৰেমক আৰু গভীৰ কৰি তোলে! এয়া যদি সঁচা ঘটনা হয়, তেন্তে নিঃসন্দেহে এক আৱেগিক প্ৰেমৰ কাহিনী! #LoveStory #TrueLove #NewsUpdate #ViralNews #অসমীয়া_খবৰ
Nagaon, Nagaon | Oct 31, 2026
হাতত বিড়ি মুখত পান লুঙিৰ তলত মেচিন গানে সামাজিক মাধ্যমত লগাইছে তোলপাৰ । #viralpost #viralreelschallenge #viralreels #assam
Nagaon, Nagaon | Oct 30, 2026
ধিং মহাবিদ্যালয়ত কলেজ শিক্ষক সকলে এন পি এচ বাতিল অ’ পি এচ বাহালৰ দাবী আদি ১৩ দফীয়া দাবীৰে ২ ঘণ্টীয়া ধৰ্ণা৷ অসম প্ৰভিন্সচিলিয়াজ কলেজ শিক্ষক সকলে অসম কলেজ শিক্ষক সন্থাৰ আহবান ক্ৰমে আজি সমগ্ৰ অসমতে ১৩ দফীয়া দাবীৰে শ্ৰেণী কোঠা তথা পাঠ দানৰ পৰা আতৰি থাকি প্ৰতিখন কলেজতে ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পলন কৰে৷চৰকাৰে একধৰণৰ অমনোযোগিতা প্ৰদৰ্শন কৰি অহা বাবে যাৰফলত কলেজৰ শিক্ষক সকলে বিভিন্ন সময়ত আহুকালৰ সন্মুখীন হৈ আহিছে৷ কলেজ শিক্ষক সকলে কয় কলেজ শিক্ষক সকলৰ কেইবাটাও দাবী চৰকাৰৰ ঘৰত পৰি আছে৷কিন্তু চৰকাৰে আজি পৰ্যন্ত কোনো পদক্ষেপ হাতত লোৱা নাই৷ সেয়েহে আজি সমগ্ৰ অসম কলেজ শিক্ষক সকলে ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে৷বিশেষকৈ এন পি এচ বাতিল কৰি অ’ পি এচ বাহাল ৰাখি অসমৰ প্ৰতিগৰাকী কৰ্মচাৰীক আনিব লাগে৷লগতে প্ৰতিটো বিভাগতে খালী হৈ থকা পদ সমূহৰ নিযুক্তি প্ৰদান পদোন্নতিৰ ক্ষেত্ৰতো যি সমূহ সমস্যা আদি ১৩ দফীয়া দাবী পূৰনেৰে ধৰ্ণা কাৰ্যসূচী পালন কৰে৷ #𝐯𝐢𝐫𝐚𝐥𝐫𝐞𝐞𝐥𝐬𝐜𝐡𝐚𝐥𝐥𝐞𝐧𝐠𝐞 #vlog #viralpost #visit #visualart #AssamNews #photography #photooftheday #photographers #photographychallengechallenge #photographychallenge #Phoenix #assam
Nagaon, Nagaon | Oct 30, 2026
ধিঙত ছমহীয়া পৰীক্ষা বেয়া হোৱাৰ বাবে আত্মহত্যা এগৰাকী ছাত্ৰীৰ।ছাত্ৰী গৰাকীয়ে নৱম মান শ্ৰেণীত অধ্যয়ন কৰি আছিল।ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি আছিল ছাত্ৰী গৰাকী।ছাত্ৰী গৰাকীৰ ঘৰ কাৰ্বিআলংঙত।দ্বিতীয় শ্ৰেণীৰ পৰাই ছাত্ৰী গৰাকীয়ে ককায়েকৰ লগত ধিঙৰ এজন প্ৰৱক্তা ঘৰত নিজৰ সন্তানৰ দৰে আছিল।আত্মহত্যা কৰাৰ সময়ত দুখনকৈ চুইচাইড নোট লিখি থৈ গৈছে দূৰ্ভগীয়া ছাত্রী গৰাকীয়ে।চুইচাইড নোট দুখনত স্পষ্টকৈ লিখা আছে মৃত্যুৰ কাৰণ।ছমহীয়া পৰীক্ষাত ফলাফল ভাল কৰিব নোৱাৰা বাবেই আত্মহত্যাৰ দৰে পথ বাচি ল'লে ছাত্ৰী গৰাকীয়ে। #𝐯𝐢𝐫𝐚𝐥𝐫𝐞𝐞𝐥𝐬𝐜𝐡𝐚𝐥𝐥𝐞𝐧𝐠𝐞 #𝐯𝐢𝐫𝐚𝐥𝐫𝐞𝐞𝐥𝐬𝐜𝐡𝐚𝐥𝐥𝐞𝐧𝐠𝐞 #viralreelschallenge #viralreelsシ #𝐯𝐢𝐫𝐚𝐥𝐩𝐨𝐬𝐭 #visualart #𝐀𝐬𝐬𝐚𝐦𝐍𝐞𝐰𝐬 #visuals #AssamNews #assam #photography #photooftheday #photographychallenge #photographychallengechallenge #photographylovers #viralreeĺs #assamese
Nagaon, Nagaon | Oct 30, 2026
Nagaon, Nagaon | Oct 29, 2026
অসমীয়া গীতত বিতৰ্কিত শব্দৰ ব্যৱহাৰ “হাতত বিড়ি, মুখত পান, লুঙিৰ তলত মেচিন গান!” গীতৰ ভাষা আৰু শব্দ প্ৰয়োগক লৈ সামাজিক মাধ্যমত বিতৰ্ক সৃষ্টিশীল স্বাধীনতা নে সামাজিক দায়বদ্ধতা? গীতৰ নামত যিকোনো শব্দৰ ব্যৱহাৰ গ্ৰহণযোগ্যনে? বিতৰ্কৰ মাজত চৰ্চালৈ আহিছে গীতৰ ভাষা, ৰুচি আৰু দায়বদ্ধতাৰ প্ৰসংগ। #newstory #BigBreakingNews #viralreeĺs #newassamesesong #assamesesong #vlog #𝐀𝐬𝐬𝐚𝐦𝐍𝐞𝐰𝐬 #viralreelsシ #Update #photographychallenge #𝐯𝐢𝐫𝐚𝐥𝐩𝐨𝐬𝐭
Nagaon, Nagaon | Oct 29, 2026
অসম আৰক্ষীৰ ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে অভিযান । পুনৰ আৰক্ষী থানাই থানাই গ্ৰেপ্তাৰ হল অবৈধ স্বামী আৰু আত্মীয় । নগাঁও জিলাৰ ধিং আৰক্ষী থানাত ৫ জন অবৈধ স্বামী আৰু দুজন আত্মীয়ক গ্ৰেপ্তাৰ । সমান্তৰালকৈ বটদ্ৰৱা আৰক্ষী থানাত দুজনক গ্ৰেপ্তাৰ কৰে । অবৈধ স্বামীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লোৱা প্ৰদক্ষেপ সচেতন মহলে প্ৰশংসা কৰিছে । #𝐯𝐢𝐫𝐚𝐥𝐫𝐞𝐞𝐥𝐬𝐜𝐡𝐚𝐥𝐥𝐞𝐧𝐠𝐞 #viralreelsシ #𝐯𝐢𝐫𝐚𝐥𝐫𝐞𝐞𝐥𝐬𝐜𝐡𝐚𝐥𝐥𝐞𝐧𝐠𝐞 #VisualStorytelling #visualart #viralpost #visualchallenge #photography #photographychallenge #photos #photooftheday #𝐯𝐢𝐫𝐚𝐥𝐩𝐨𝐬𝐭 #assam
Nagaon, Nagaon | Oct 29, 2026
👉হাজী ইদ্ৰীছ আলীৰ মৃত্যুত কটহগুৰিত শোকৰ ছাঁ। 👉 কটহগুৰিত বিশিষ্ট ব্যক্তি হাজী ইদ্ৰীছ আলীৰ মৃত্যু। 👉৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। 👉যোৱা ২৩ অক্টোবৰত হঠাতে অসুস্থ হৈ পৰিছিল হাজী ইদ্ৰীছ আলী। 👉উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়াৰ পথতে মৃত্যু। 👉আজি পুৱা ১০ বজাত সম্পন্ন জানাজাৰ নামাজ। 👉কটহগুৰি-টুকটুকী দাৰুল উলুম মাদ্ৰাছাৰ সন্মুখত জানাজা। 👉হাফিজ মোবাৰক আলীৰ ইমামতিত্বত সম্পন্ন জানাজা। 👉জানাজাত অংশগ্ৰহণ কৰে বহু সংখ্যক লোকে। 👉মৃত্যুৰ সময়ত এৰি থৈ যায় ৩ পুত্ৰ, ২ কন্যা আৰু অসংখ্য আত্মীয়-স্বজন। 👉হাজী ইদ্ৰীছ আলীৰ বিয়োগত পৰিয়ালবৰ্গৰ লগতে অঞ্চলজুৰি শোকৰ পৰিৱেশ। #𝐕𝐢𝐫𝐚𝐥𝐩𝐨𝐬𝐭 #𝐯𝐢𝐫𝐚𝐥𝐫𝐞𝐞𝐥𝐬𝐜𝐡𝐚𝐥𝐥𝐞𝐧𝐠𝐞 #viralreelschallenge #facebookviral #viralpost #viral #viralreelsシ #photography #photooftheday #photographychallengechallenge #photographychallenge #phoneaccessories #assam
Nagaon, Nagaon | Oct 29, 2026