ইনষ্টাগ্ৰামত প্ৰেম, হায়দৰাবাদত নিকাহ!
অসমলৈ আহি স্বামী নোহোৱা!
কোলাত সন্তান লৈ ৰফিকুলক বিচাৰি থানাই থানাই আয়েছা।প্ৰেমৰ বজাৰত চিনাকি ইনষ্টাগ্ৰামত, নিকাহ হ’ল হায়দৰাবাদত, আৰু এতিয়া স্বামীক বিচাৰি হাবাথুৰি খাইছে ধিঙৰ থানাত।এয়া কোনো চিনেমাৰ কাহিনী নহয়, এয়া বাস্তৱ জীৱনৰ প্ৰেমৰ এক অদ্ভুত অধ্যায়...
#viralpost #viralreelschallenge #viralreels #assam
Nagaon, Nagaon | Oct 31, 2026