Public App Logo
ক্ষুদ্ৰ মুখাৰে বিশ্ব অভিলেখ গঢ়িলে ওদালগুৰিৰ কণজিৎ মেধিয়ে। Book of World Records-ত কণজিৎ মেধিৰ নাম। মাত্ৰ ১.৪ চেণ্টিমিটাৰৰ পৰম্পৰাগত মুখাৰে গেলাবিলৰ পৰা বিশ্বলৈ গৌৰৱ কঢ়িয়ালে ১৭ বছৰীয়া কণজিৎ মেধিয়ে। - Udalguri News