Public App Logo
উজনিৰ বানপিড়ীতৰ কাষত ওদালগুৰি জিলা এবছু। বাসগৃহ সমূহ থকাৰ উপযোগী কৰি তোলাৰ লক্ষ্য । দিনে নিশাই কৰিছে শ্ৰমদাম। নিৰ্মাণ কৰি দিছে বানে উটুৱাই নিয়া ঘৰখন। All Bodo Students Union - ABSU Udalguri LIVE - BODO #ABSU - Udalguri News