নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে ‘মিছন চেনেহজৰী’ মুকলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। অহা তিনিবছৰলৈ মুগা ৰেচম ৰপ্তানি ২,০০০ কিল'গ্ৰামতকৈ অধিক কৰি তোলা, মুগা সূতাৰ দাম প্ৰতি কিল'গ্রামত ৩০ৰ পৰা ৪৫ হাজাৰ টকালৈকে বৃদ্ধি কৰা, ৫টা আধুনিক ৰীলিং ইউনিট আৰু এক বিশেষ মুগা সূতা কটা মিল স্থাপন আৰু ৫,০০০ হেক্টৰ চোম আৰু সোঁৱালু গছপুলি ৰোপণ কৰাৰ লক্ষ্যৰ কথা সদৰী মুখ্যমন্ত্ৰীৰ।
Assam, India | Jun 2, 2026