👉 বিলাসীপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি।
👉 দুৰ্ঘটনা কেন্দ্ৰ কৰি স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধত কৰি সাব্যস্ত কৰে প্ৰতিবাদ।
👉 ৰাষ্ট্ৰীয় ঘাইপথত ব'লেৰো বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ।
👉 সংঘৰ্ষৰ ফলত বাইক আৰোহী এজন নিহত হয় ।
Bilasipara Part, Dhubri | Jun 2, 2026