Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

নুনমাটিত বানপীড়িতৰ নামত ধন সংগ্ৰহ কৰি সুৰাপান, ৰাইজৰ ৰোষত পৰিল তিনি যুৱক । বানপীড়িত ৰাইজক সহায় কৰা আৰু জুবিন গাৰ্গৰ নাম লোৱাৰ অজুহাতত হাতত দান পাত্ৰ লৈ ধন সংগ্ৰহ কৰি ঠগ-প্ৰবঞ্চনা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে গুৱাহাটীৰ নুনমাটিত। ঘটনাৰ সৈতে জড়িত আন দুজন যুৱকে থিতাতে পলায়ন কৰে।

Assam, India | Aug 3, 2026