Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

চমৰীয়া: দক্ষিণ কামৰূপৰ ছমৰীয়া সত্ৰৰ এখন বিশেষ বুথ কমিতিৰ বৈঠকত উপস্থিত থাকে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া

Chamaria, Kamrup | Nov 26, 2025
দক্ষিণ কামৰূপৰ ছমৰীয়া সত্ৰৰ এখন বিশেষ বুথ কমিতিৰ বৈঠকত উপস্থিত থাকে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া। আজিৰ এই বিশেষ বৈঠকত প্ৰায় ৫৪ টা বুথ সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতিৰ সৈতে মত বিনিময় কৰে। ইয়াৰ লগতে বিষয়-ববীয়া সকলৰ আগত বুথ পৰ্যায়ৰ সাংগঠনিক দিশ শক্তিশালী কৰণ তথা মজবুত কৰণৰ উদ্দেশ্যৰে বিভিন্ন বক্তব্য আগবঢ়ায়।