চমৰীয়া: সোণতলীত ছমৰীয়া-সোণতলী মণ্ডল বিজেপিৰ উদ্যোগত স্বচ্ছতা অভিযান,পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে বৃক্ষৰোপণ
বৃহস্পতিবাৰে সোণতলীত ছমৰীয়া-সোণতলী মণ্ডল বিজেপিৰ উদ্যোগত স্বচ্ছতা অভিযান।বিজেপিৰ পিতামহ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ১০৯তম জন্ম দিন উপলক্ষে বৃক্ষৰোপণ। শিল্পী জুবিন গাৰ্গৰ প্ৰতিও জনাই শ্ৰদ্ধাঞ্জলি।