Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

চমৰীয়া: ছমৰীয়া আঞ্চলিক ক্ৰীড়া সংস্থাৰ উদ্যোগত ফুটবল খেল প্ৰতিযোগিতাৰ ফাইনেল খেল মংগলবাৰে অনুষ্ঠিত হয়

Chamaria, Kamrup | Oct 28, 2025
ছমৰীয়া আঞ্চলিক ক্ৰীড়া সংস্থাৰ উদ্যোগত, ছমৰীয়া সত্ৰ প্ৰাঙ্গণত আয়োজন কৰা ৰামসৰস্বতী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল খনৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত সুমিত ৰাভা ডাঙৰীয়াই । উক্ত অনুষ্ঠানত উপস্থিত থাকে ছমৰীয়া আঞ্চলিক ক্ৰীড়া সংস্থাৰ বিষয়ববীয়াৰ লগতে, বিভিন্ন শিতানৰ সন্মানীয় ব্যক্তি সকলৰ উপৰিও, ছমৰীয়াবাসী জগনগ ।