Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

চমৰীয়া: সোণতলীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ সোণতলীৰ চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ,আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰ

Chamaria, Kamrup | Sep 24, 2025
বুধবাৰে সোণতলীত হাৰ্ডথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সোণতলীৰ চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় ধৰ্মঘট কাৰ্যসূচী৷ কাৰ্যসূচীত সহযোগ কৰে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে। মহাবিদ্যালয়ৰ সন্মুখত অনুষ্ঠিত কৰা হয় এঘন্টীয়া অৱস্থান ধৰ্মঘট।
চমৰীয়া: সোণতলীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ সোণতলীৰ চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ,আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰ - Chamaria News