পশ্চিম নলবাৰী: চামতাত কেন্দ্ৰীয় ভাৱে লাচিত দিৱস উদযাপন বিশ্ব হিন্দু পৰিষদৰ
বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত নলবাৰীৰ চামতাৰ কুলবিলঘাট ৰাজহুৱা শিৱালয়ত লাচিত দিৱস কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয়।উল্লেখযোগ্য য়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ।আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে