পশ্চিম নলবাৰী: ৪০ নং টিহু সমষ্টিৰ অন্তৰ্গত ৰূপীয়াবাথানত মণ্ডল কংগ্ৰেছৰ কৰ্মী সভা
নলবাৰী জিলাৰ ৪০ নং টিহু সমষ্টিৰ অন্তৰ্গত ৰূপীয়াবাথান মণ্ডল কংগ্ৰেছৰ কৰ্মী সভা।সভাত উপস্থিত থাকে মণ্ডল কংগ্ৰেছৰ নেতৃত্ব আৰু দলীয় কৰ্মকৰ্তা সকল।উক্ত সভাত সাংগঠনিক দিশ সম্পৰ্কে মত বিনিময় কৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে।